অসম চাহ মজদুৰ সংঘ মৰাণ শাখা ডিব্ৰুগড় জিলা মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত খোৱাং চাহ বাগিচাৰ শ্ৰমিক বিনোদন কেন্দ্ৰত এণ্ড্ৰ ইউল কোম্পানীৰ তিনিটা খোৱাং, ভামুন আৰু হিংৰিজান বাগিচা ইউনিট আৰু মহিলা সমিতিৰ প্ৰতিনিধি সকলৰ যুটীয়া সভাখনি শনিবাৰে নিশা মৰাণ শাখাৰ সভাপতি মনোজ তাঁতীৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। সভাত কেন্দ্ৰীয় সংঘৰ কোষাধ্যক্ষ তথা মৰাণ শাখাৰ জ্যেষ্ঠ সম্পাদক- লক্ষেশ্বৰ তাঁতী আৰু সংগঠক ধীৰাজ চাৱাঁচীয়ে উপস্থিত থাকে। সভাখনত বাগিচা সমূহৰ বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰত কেইবাটাও জৰুৰী বিষয়ৰ ওপৰত আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Jio 239 VS 249 Recharge Plan: ज्यादा कीमत चुकाने पर भी डेटा मिलेगा कम, 10 रुपये के अंतर से बदल जाते हैं फायदे
कई बार मोबाइल रिचार्ज प्लान में 10 रुपये और 1 रुपये का मामूली अंतर तक देखने को मिलता है। ऐसे में...
साहित्य रत्न लोकशाहीर अण्णाभाऊ साठे यांना मरणोत्तर भारतरत्न पुरस्कार ने सन्मानित करण्यात यावे
संभाजी नगर :- साहित्यरत्न अण्णाभाऊ साठे यांना मरणोत्तर भारतरत्न पुरस्कार देऊन सन्मानित करावे अशी...
সোৱণশিৰি শিল,বালি সৰবৰাহৰ বিৰুদ্ধে ধেমাজি জিলাৰ বন বিভাগৰ কঠোৰ পদক্ষেপ;
শিল ভৰ্তি তিনিখন ডাম্প জব্দ
ধেমাজি জিলাৰ গোগামুখত সোৱণশিৰি নদীত একাংশ বন মাফিয়া চক্ৰই দিনে নিশাই অবৈধ ভাৱে ৰমৰমীয়া ব্যৱসায়...
દાહોદના બસ સ્ટેન્ડ આગળ નજીવી બાબતે ઝઘડો તકરાર થતા મામલો
દાહોદના બસ સ્ટેન્ડ આગળ નજીવી બાબતે ઝઘડો તકરાર થતા મામલો ઉગ્ર થતા બી ડીવિઝન પોલીસ ઘટના સ્થળે...