টিহুৰ কঠালমূৰা চ'কত কালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা শ্ৰীশ্ৰীশনি মহাপ্ৰভূৰ যজ্ঞত শনিবাৰে অনুষ্ঠিত পূৰ্ণাহুতি প্ৰদান অনুষ্ঠানত যথেষ্ট ভক্তৰ সমাগম হয় । হাতে হাতে ধূপ-চাকি-নৈবদ্য লৈ সেৱা আগবঢ়াই ভক্ত সকলে । শ্ৰীশ্ৰীশনি মহাপ্ৰভূৰ যজ্ঞ উপলক্ষে নাম-প্ৰসংগ, ওজাপালি প্ৰদৰ্শন, আৰতী, আহুতি প্ৰদান, ধৰ্মালোচনী সভা, ঢুলীয়া প্ৰদৰ্শন, নাগাৰা নাম পৰিৱেশন, নৃত্য প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় । এই শ্ৰীশ্ৰীশনি মহাপ্ৰভুৰ যজ্ঞত সেৱা আগবঢ়ালে ভক্তৰ মনোবাঞ্চা পূৰ্ণ হোৱাৰ লোক বিশ্বাস আছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bharuch : મોઘવારી ,બેરોજગારી મુદ્દે કોંગ્રેસ આક્રમક શનિવારે આપ્યુ સાંકેતિક બંધનું એલાન
Bharuch : મોઘવારી ,બેરોજગારી મુદ્દે કોંગ્રેસ આક્રમક શનિવારે આપ્યુ સાંકેતિક બંધનું એલાન
હાઈકોર્ટની કોર્ટ કાર્યવાહી ગુજરાતીમાં કરવા રજુઆત
હાઈકોર્ટની કોર્ટ કાર્યવાહી ગુજરાતીમાં કરવા રજુઆત
લીલછાના પ્રજ્ઞાપીઠના સંચાલકનું નિધન
#buletinindia #gujarat #arvalli
कोटा में युवक का अपहरण से फैली सनसनी
कोटा में युवक के अपहरण का मामला सामने आया है। अपहरण की सूचना से शहर में सनसनी फैल गई। पुलिस...