চৰাইদেউ জিলাৰ মৰাণ পৌৰসভাই বদ্ধিৰ্ত কৰ নিৰ্দ্ধাৰণৰ বাবে আজি অনুষ্ঠিত কৰে এখন ৰাজহুৱা সভা৷ মৰাণহাট ৰাজহুৱা ভনৱত পৌৰপতি অৰূপ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মৰাণ নগৰ কৰদাতা সংস্থাৰ সভাপতি হেম বৰা আৰু সম্পাদক প্ৰবীৰ শৰ্মা, জ্যেষ্ঠ সাংবাদিক বাছা বৰা আৰু যদুনাথ পুৰী, ‘আছু’ৰ মৰাণ আঞ্চলিক সমিতিৰ উপদেষ্টা ভাস্কৰ বৰুৱা, জ্যেষ্ঠ নাগৰিক বিপুল চন্দ্ৰ গগৈ, হৰেন বৰপাত্ৰ গোহাঁই, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মৰাণ আঞ্চলিক সমিতিৰ সম্পাদক বিতোপন লাচনকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য দাঙি ধৰি ৰাইজৰ সহমতৰ ভিত্তিতহে কৰ নিৰ্দ্ধাৰণৰ কৰিবলৈ দাবী উত্থাপন কৰে৷ পৌৰসভাৰ উপ-পৌৰপতি উদয় শঙ্কৰ গগৈ আৰু কাৰ্যবাহী বিষয়া ভাৰতী বৰাই অংশগ্ৰহণ কৰা সভাখনত অহা ৯ এপ্ৰিলত মৰাণ নগৰ কৰদাতা সংস্থাৰ সৈতে আলোচনা কৰি চূড়ান্ত কৰ নিৰ্দ্ধাৰণ কৰাৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ উল্লেখ্য যে, মৰাণ পৌৰসভাই অত্যধিক হাৰত কৰ বৃদ্ধি কৰি জাননী জাৰি কৰাৰ পাচত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় নগৰখনত৷ পাচত কৰদাতা নাগৰিকসকলৰ হেঁচাত বদ্ধিৰ্ত কৰ বাতিল কৰিবলৈ বাধ্য হয় পৌৰসভাই ৷ ইফালে সভাখনত স্থানীয় বিধায়ক তথা অসম চৰকাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা দপ্তৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে বক্তব্য দাঙি ধৰি ৰাইজৰ লগত আলোচনা কৰি কৰদাতাসকলৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ কৰ নিৰ্দ্ধাৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Independence Day 2023: Delhi में स्वतंत्रता दिवस के दिन बाहर निकलने से पहले जान लें Traffic Advisory
Independence Day 2023: Delhi में स्वतंत्रता दिवस के दिन बाहर निकलने से पहले जान लें Traffic Advisory
SWIMMING TIME- SUMMER CAMP 2023
SWIMMING TIME- SUMMER CAMP 2023
દાહોદ જિલ્લામાં આજે કોરોના ટેસ્ટમાં કેટલાં કેશ....
દાહોદમાં આજરોજ કોરોના નો એક પણ કેસ નહીં......
રિપોર્ટ -રાજ કાપડિયા દાહોદ-9879106469
पूर्व में जमा पट्टों के आवेदकों का इंतजार हुआ खत्म, नगर पालिका में पट्टे वितरित हुए शुरू
कोटा. सांगोद नगर पालिका द्वारा प्रशासन शहरों के संग व प्रशासन गांवों के संग अभियान चलाकर पूर्व...
विधानसभा चुनाव से पहले कांग्रेस को लगा जोर का झटका, विधायक ने छोड़ी पार्टी; थामेंगे BJP का दामन
महाराष्ट्र विधानसभा चुनाव से पहले कांग्रेस को झटका लगा है। कांग्रेस विधायक जितेश...