ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে আজি গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হাইস্কুল খেলপথাৰত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰালয় আৰু অসম চৰকাৰৰ বন বিভাগে আয়োজন কৰা গজ উৎসৱ - ২০২৩ উদ্বোধন কৰে । অনুষ্ঠানত অসমৰ মাননীয় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই প্ৰজেক্ট এলিফেণ্টৰ অধীনত তিনিখন গ্ৰন্থ আৰু পুস্তিকা উন্মোচন কৰি ৰাষ্ট্ৰপতিগৰাকীৰ হাতত ইয়াৰ প্ৰথম কপি প্ৰদান কৰে । অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰী ভূপেন্দৰ যাদৱ, পৰিৱেশ আৰু বন বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে, কৃষি মন্ত্ৰী অতুল বৰা, বিত্ত মন্ত্ৰী অজন্তা নেওগ, বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অসম চৰকাৰৰ মুখ্য সচিব পবন বৰঠাকুৰ, বন সঞ্চালক প্ৰধান আৰু কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰালয়ৰ বিশেষ সচিব চি পি গোৱেল, সাংসদ, বিধায়ক আৰু বন বিভাগ আৰু প্ৰশাসনৰ বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া তথা ভালেসংখ্যক লোক উপস্থিত আছিল । উল্লেখযোগ্য যে হাতীৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে ভাৰত চৰকাৰে ১৯৯১-৯২ চনত প্ৰজেক্ট এলিফেণ্ট আৰম্ভ কৰিছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ફતેપુરા પોલીસ સ્ટેશન ખાતે પી.એસ.આઈ જીકે ભરવાડની અધ્યક્ષતામાં શાંતિ સમિતિની બેઠક યોજાઇ.
ફતેપુરા પોલીસ સ્ટેશન ખાતે આગામી આવનાર તહેવારો ને લઈ શાંતિ સમિતી ની બેઠક યોજવા માં આવી હતી ફતેપુરા...
Chugh demands action against moral and financial corruption of Punjab AAP leaders
AAP must decriminalise cadre
BJP national general secretary Tarun Chugh today said that every passing day AAP leaders in...
એલસીબી ની ટીમે તળાજા પોલીસ સ્ટેશન વિસ્તાર માંથી દેશી તમંચા સાથે એકને ઝડપી લીધો.
એલસીબી ની ટીમે તળાજા પોલીસ સ્ટેશન વિસ્તાર માંથી દેશી તમંચા સાથે એકને ઝડપી લીધો.
अलिबाग शहरात प्लस्टिक बंदी कारवाई करीत वसूल केला सात हजार रुपयांचा दंड
अलिबाग शहरातील कचरा व्यवस्थापन करताना त्यामध्ये विघटन न होणाऱ्या...