এতিয়া পদুম ফুলাৰ বটৰ 

মাজুলীৰ বিষাল জলাশয়ে , জলাশয়ে দেখিবলৈ পোৱা গৈছে পদুমৰ পাহি ৷ এই নান্দনিক পৰিৱেশে হাত বাউলি মাটিছে পৰ্যতকক  ৷ পদুম ফুলা পুখুৰিৰ পাৰে পাৰে বিভিন্ন বিসংগীৰ কেলি কৰা  নয়নভিৰাম দৃশ্যই মন পৰশাইছে কবি আৰু গীতিকাৰক ৷ পদুমৰ সৌন্দৰ্যময় মায়াজালত আবদ্ধ প্ৰেমিক যুগল ৷