আজিৰে পৰা ৰাজ্যত স্বাস্থ্য সেৱা উৎসৱ ২০২৩ আৰম্ভ হৈছে৷তদুপলক্ষে সকলো জিলা চিকিৎসালয়,মহকুমা অসামৰিক চিকিৎসালয়,সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সমূহক আটোমটোকাৰীকৈ সজাইপৰাই তোলা হৈছে৷শিক্ষা বিভাগৰ গুনোৎসৱৰ পিচতে স্বাস্থ্য বিভাগেও স্বাস্থ্যৰ ক্ষেত্ৰটো আমুল পৰিবৰ্তন অনাৰ লক্ষ্যৰে দেশৰ ভিতৰতে প্ৰথমে উক্ত অভিযান অসম চৰকাৰে কৰিছে৷ইয়াৰ যোগেৰে সামগ্ৰীক ভাবে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি উন্নীতকৰণ আৰু জনসাধাৰণক গুনগত মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদান সুনিশ্চিত কৰা লক্ষ্যৰে উক্ত স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত কৰিছে৷কিন্তু দুৰ্ভাগ্যজনক কথা যে বিগত বৰ্ষৰ ধুমুহাই ভাঙিচিঙি চুৰমাৰ কৰা স্বাস্থ্য কেন্দ্ৰ সমূহ আজিলৈকে চৰকাৰে মেৰামতি কৰিব পৰা নাই৷ইয়াকলৈ ৰাইজৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে৷ইয়াৰ ভিতৰত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ কথাই উল্লেখ কৰিব পাৰি৷উক্ত চিকিৎসালয়ৰ গৃহটো যোৱা বছৰ এপ্ৰিল মাহত হোৱা প্ৰচণ্ড ধুমুহাই টিনপাত সমূহ উৰুৱাই নিয়াৰ পিচত বৰ্তমানলৈ তাৰ মেৰামতিৰ কোনো ব্যৱস্থা চৰকাৰে কৰা নাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Honda Dio H-Smart को smart key के साथ किया गया लॉन्च, मिल सकते हैं Activa जैसे फीचर्स; जानिए डिटेल
कंपनी ने Honda Dio H-Smart को आधिकारिक वेबसाइट पर पेश कर दिया है। Honda Dio का ये या नया टॉप-एंड...
कपहुआ प्राइमरी स्कूल की 150वीं वर्षगांठ
1872 में स्थापित 31वें कपाहुआ प्राथमिक विद्यालय ने अपनी रंगीन यात्रा की 15वीं वर्षगांठ मनाई है।...
मुंबई - अनंत चतुर्दशी बप्पा को दी गई विदाई | रफ्तार मीडिया सच के साथ |
मुंबई - अनंत चतुर्दशी बप्पा को दी गई विदाई | रफ्तार मीडिया सच के साथ |