দিনক দিনে বৃদ্ধি পাইছে মৰাণত গাড়ী চুৰিৰ ঘটনা। এইবাৰ চুৰে চুৰি কৰিনিলে টিংখাঙ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ বলেৰ' গাড়ী। মৰাণৰ লাচিত নগৰৰ ভাড়াঘৰৰ পৰা ৰাতি চুৰে বৰষুণৰ সুযোগ বুজি গেটৰ লক ভাঙি চুৰি কৰি নিয়ে টিংখাঙ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৌস্তভ কলিতাৰ চৰকাৰী বলেৰ' গাড়ীখন। বলেৰ' গাড়ীখনৰ নম্বৰ AS 06 Y 6068 । চুৰি ঘটনাৰ সন্দৰ্ভত মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল চক্ৰ বিষয়া গৰাকীৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Weather Today: दिल्ली से यूपी तक ठंडी हवाओं का सितम, जानें उत्तर भारत का मौसम
दिल्ली-एनसीआर समेत उत्तर भारत के कई राज्यों में बारिश के बाद अब ठंडी हवाओं से सर्दी लौट आई है....
डैंड्रफ हो जाएगा छूमंतर, मुहांसे हो जाएंगे गायब, बस रोजाना ऐसे करें नीम का इस्तेमाल
नीम सेहत के गुणों से भरपूर होता है। इसका इस्तेमाल फंगल इन्फेक्शन और अन्य इन्फेक्शन्स से भी बचने...
Same Sex Marriage Verdict: CJI Chandrachud ने Modi सरकार से क्या कहा? | SC | LT Show
Same Sex Marriage Verdict: CJI Chandrachud ने Modi सरकार से क्या कहा? | SC | LT Show
সপোনৰ বাটেৰে- ভাৰতবৰ্ষৰ স্বাধীনতা উদযাপনৰ বাবে কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ বাটৰ নাট আয়োজন
আজিৰ খবৰ, গুৱাহাটী, ১৩ আগষ্ট, ২০২২: চলিত বৰ্ষৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰি ৭৬...