গোলাঘাটত বিচ্ছিন্নবাদী সন্ত্ৰাসবাদী সংগঠন "খালিস্থানী"ৰ পতকা দাহ। হিন্দু যুৱ পৰিষদ,অসমে দাহ কৰে খালিস্থানী পতাকা। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি প্ৰদান কৰা এই সন্ত্ৰাসবাদী সংগঠনটোক কঠোৰ সমালোচনা কৰাৰ লগতে কেন্দ্রীয় মন্ত্ৰী অমিত শ্বাহক অসম তথা ভাৰতৰ শান্তি শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনায় হিন্দু যুৱ পৰিষদ অসমে। এই সমগ্ৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত আজি গোলাঘাট বিটা চাৰিআলিত বিচ্ছিন্নবাদী সন্ত্ৰাসবাদী সংগঠন "খালিস্থানী"ৰ পতকা দাহ কৰে সংঘটনটোয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আমগুৰিত টাইকোৱানডো প্ৰতিযোগিতাৰ অভিনন্দন অনুষ্ঠান
আমগুৰিত টাইকোৱানডো প্ৰতিযোগিতাৰ অভিনন্দন অনুষ্ঠান সম্পন্ন।
ગુજરાતને ‘કોંગ્રેસ મુક્ત’ કરવામાં આમ આદમી પાર્ટી ઘૂસી ગઈ !!હવે આનું શુ કરવું ??ભાજપ સામે પડકાર !
સમય હતો 2014નો દેશભરમાં મોદીજીએ ‘કૉન્ગ્રેસ મુક્ત ભારત’ નારો લગાવ્યો અને ભાજપના દરેક...
જુઓ આજના ન્યુઝ પેપરની મુખ્ય હેડલાઇન્સ 2022 | Spark Today News Vadodara
જુઓ આજના ન્યુઝ પેપરની મુખ્ય હેડલાઇન્સ 2022 | Spark Today News Vadodara
হোজাইত বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ
হোজাইত বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ।।
ৰেল ষ্টেচনত অনাই বনাই ঘূৰি থকা অৱস্থাত ৰেল আৰক্ষীয়ে...