নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখালাত শততম্ শ্ৰীশ্ৰী লক্ষ্মীনাৰায়ণ যজ্ঞ আজিৰে পৰা আৰম্ভ হয়৷তদুপলক্ষে পূৱা ধৰ্মধ্বজা উত্তোলন,স্মৃতি তৰ্পণ,গছপুলি ৰোপণ,পৰিবেশ শুদ্ধিকৰণ,ৰভাৰ দ্বাৰ উন্মোচনৰ পিচতে ধৰ্মালোচনী সভা অনুষ্ঠিত হয়৷দিনৰ ১১-৩০ বজাত অনুষ্ঠিত হোৱা ধৰ্মালোচনী সভাত সঞ্চালনা কৰে অসম সংস্কৃত বোৰ্ডৰ অৱসৰি উপ সঞ্চালক ড°বিমল কৃষ্ণ ভট্টাচাৰ্যই৷সভাখন উদ্বোধন কৰে সাংস্কৃতিক মহাসভা,অসমৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মাই৷সভাত আলোচক হিচাবে উপস্থিত থাকে ঘগ্ৰাপাৰ হাইস্কুলৰ অৱসৰি শিক্ষক ফনীধৰ কলিতা আৰু গ্ৰাম্য বিকাশ মঞ্চৰ সঞ্চালক পৃথ্বিভূষন ডেকাই৷ইয়াৰ পিচতে আবেলি নাগাৰানাম,সন্ধিয়া ২০২৪ চনত অনুষ্ঠিত হবলগীয়া শতবাৰ্ষিকী উৎসৱৰ লগত সংগতি ৰাখি ১০০ গছি বন্তি প্ৰজ্বলন,টোপধ্বনি আৰু নিশা বৰ্নিল সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
છત્રાલા માધ્યમિક અને ઉચ્ચ માધ્યમિક શાળા ખાતે કન્યા કેળવણી મહોત્સવ ની ઉજવણી..
છત્રાલા માધ્યમિક અને ઉચ્ચ માધ્યમિક શાળા ખાતે કન્યા કેળવણી મહોત્સવ ની ઉજવણી..
ભવરસિહ સોલંકી...
বানপানীত সৰ্বশ্ৰান্ত হোৱা হেমন্ত ডেকা চৰকাৰী সাহাৰ্য্যৰ পৰা বঞ্চিত, বৰভাগত বান সাহাৰ্য্যৰ নামত স্ব-জন তোষন
নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত ৰাইটকুছি গাওঁৰ উদ্যমী যুৱক হেমন্ত ডেকাই ঘৰ ভেটি,হাঁহ,ছাগলী...
হোজাই ঠেপলাগুৰি এটা পথৰ বাবে জীয়াতু ভুগিছে গাঁওবাসীয়ে
হোজাইৰ ঠেপলাগুৰিৰ এটা পথৰ বাবে জীয়াতু ভুগিছে গাঁওবাসী । পথ নে পথাৰ ধৰিবকৈ নোৱাৰি। পথ নহয় যেন...
এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক
এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক
ડીસાના અજાપુરામાં પીકઅપ જીપડાલાની ચોરી થતાં ચકચાર
ડીસા તાલુકાના અજાપુરા ગામ અને ગૌવર્ધન સોસાયટીમાં ઘરની બહાર પાર્ક કરેલા બે પીકઅપ ડાલાની ચોરીના...