নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখালাত শততম্ শ্ৰীশ্ৰী লক্ষ্মীনাৰায়ণ যজ্ঞ আজিৰে পৰা আৰম্ভ হয়৷তদুপলক্ষে পূৱা ধৰ্মধ্বজা উত্তোলন,স্মৃতি তৰ্পণ,গছপুলি ৰোপণ,পৰিবেশ শুদ্ধিকৰণ,ৰভাৰ দ্বাৰ উন্মোচনৰ পিচতে ধৰ্মালোচনী সভা অনুষ্ঠিত হয়৷দিনৰ ১১-৩০ বজাত অনুষ্ঠিত হোৱা ধৰ্মালোচনী সভাত সঞ্চালনা কৰে অসম সংস্কৃত বোৰ্ডৰ অৱসৰি উপ সঞ্চালক ড°বিমল কৃষ্ণ ভট্টাচাৰ্যই৷সভাখন উদ্বোধন কৰে সাংস্কৃতিক মহাসভা,অসমৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মাই৷সভাত আলোচক হিচাবে উপস্থিত থাকে ঘগ্ৰাপাৰ হাইস্কুলৰ অৱসৰি শিক্ষক ফনীধৰ কলিতা আৰু গ্ৰাম্য বিকাশ মঞ্চৰ সঞ্চালক পৃথ্বিভূষন ডেকাই৷ইয়াৰ পিচতে আবেলি নাগাৰানাম,সন্ধিয়া ২০২৪ চনত অনুষ্ঠিত হবলগীয়া শতবাৰ্ষিকী উৎসৱৰ লগত সংগতি ৰাখি ১০০ গছি বন্তি প্ৰজ্বলন,টোপধ্বনি আৰু নিশা বৰ্নিল সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
यूपी उपचुनाव: दिल्ली में बीजेपी की हाईलेवल मीटिंग, अमित शाह, सीएम योगी, केशव मौर्य होंगे शामिल
उत्तर प्रदेश की 10 विधानसभा सीटों पर होने वाले उपचुनाव को लेकर तैयारियां तेज हो गईं हैं। सूबे की...
Russia Ukraine War: रूस का यूक्रेन पर बड़ा हमला, पहली बार दागी इंटरकॉन्टिनेंटल बैलिस्टिक मिसाइल
Russia Ukraine War। रूस ने यूक्रेन पर एक इंटर कॉन्टिनेंटल यानी अंतरमहाद्वीपीय मिसाइल...
સાવરકુંડલા તાલુકાના વિજપડી ગામમાં આજરોજ ગણપતિ વિસર્જન કરવામાં આવ્યું
સાવરકુંડલા તાલુકાના વિજપડી ગામમાં આજરોજ ગણપતિ વિસર્જન
વિજપડી ગામમાં શ્રી મારૂતિ ગૃપ...
Saleng Sangma, Zenith Sangma questions Government on the delay of Tura Medical College
Health Minister James Sangma today informed the House that there are several challenge which are...