ডিব্ৰুগড় জিলাৰমৰাণ ৰাজহ বিষয়াৰ কাৰ্য্যালয়ৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ পিয়লি নগৰত থকা মৰাণ চেনিটাৰীৰ বাসগৃহত কাম কৰি থকা এজন শ্ৰমিক দুমহলাৰ ছাদৰ ওপৰৰ পৰা পৰি গুৰুতৰ ভাৱে আহত হয়।শ্ৰমিকজন তাঁতী বস্তিৰ ডব্লিউ তাঁতী বুলি জানিব পৰা গৈছে। শ্ৰমিকজনক তৎক্ষণাত মৰাণৰ ব্ৰক্ষ্মপুত্ৰ হস্পিতেললৈ নিয়া হৈছিল যদিও গুৰুতৰ অৱস্থা দেখি উন্নত চিকিৎসাৰ বাবেডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাহৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कोटा के चंद्रघटा ,मक़बरा,घंटाघर क्षेत्र में बिजली कटौती बंद करे केईडीएल पार्षद मोहम्मद आसिम ने केईडीएल अधिकारी को सौंपा ज्ञापन
वेलफेयर पार्टी ऑफ़ इंडिया कोटा इकाई के एक प्रतिनिधिमंडल ने पार्षद मोहम्मद आसिम की अगुवाई में आज...
মাজুলীত ৰাস মহোৎসৱৰ প্ৰস্তুতি
মাজুলীৰ ৰাস বুলিলে সুকীয়া মাদকতা বহণ কৰে। এই ৰাস মহোৎসৱ উপভোগৰ বাবে দেশী-বিদেশী পৰ্যটকে আহি ভিৰ...
ભાદરણ પોલીસે ચોરીના મોબાઇલ સાથે આરોપીને ઝડપી લીધો
ભાદરણ પોલીસ મથકમાં મોબાઇલ ચોરીના નોંધાયેલ ગુનાના આરોપીને ચોરીના મોબાઇલ ફોન સાથે ઝડપી પાડી...
પાલીતાણા અભયમ ટિમ દ્વારા મહિલાને સમાધાન કરાવી આપવામાં આવ્યું
પાલીતાણા અભયમ ટિમ દ્વારા મહિલાને સમાધાન કરાવી આપવામાં આવ્યું