: যি সময়ত এটা সাধাৰণ চাকৰিৰ বাবে বহু নিৱনুৱা যুৱক-যুৱতীয়ে বহি:ৰাজ্যলৈ ঢাপলি মেলিচে সেই সময়তে নলবাৰী জিলাৰ টিহুৰ এজন যুৱকে চাকৰি বাদ দি কেচুসাৰ উৎপাদনেৰে স্বাবলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে । গুজৰাটৰ ওৰগেনিক বায়োফাৰ্মত তিনিবছৰ চাকৰি কৰা টিহুৰ সমবৰ্তী সন্ধেলী- মাক্ৰাপাৰৰ যুবক তপন ডেকাই চাকৰি বাদ দি ঘৰতে কেচুসাৰৰ খেতিৰে স্বাবলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে । গুজৰাটৰ কৃষি বায়'টেক লিমিটেডত ৬ মাহ প্ৰশিক্ষণ লৈ তাত ৩ বছৰকাল চাকৰি কৰা তপনে কেচুসাৰ কিদৰে উৎপাদন কৰিব পাৰি তাৰ বাবেই অশেষ কষ্ট কৰিব লগীয়া হৈছিল । চল্লিশ (৪০) বছৰীয়া তপন ডেকাই ২০০৭ চনত Bikas Vermi Compost নাম দি একক প্ৰচেষ্টাৰে নিজ কৰ্মত নামি বৰ্তমান দুজন কৰ্মচাৰীৰ সহিতে পত্নী- পুত্ৰৰ লগত সুখেৰে জীবন নিৰ্বাহ কৰি আছে । সম্প্ৰতি কেচুৱাৰ বিক্ৰী কৰি মাহিলি ত্ৰিশ হেজাৰ টকা পোৱা বুলি জানিব দিয়ে তপন ডেকাই । তপন ডেকাৰ কৃষি কৰ্মই এতিয়া উৎসাহিত কৰিছে নিবনুৱা যুৱক-যুৱতী সকলক । নিবনুৱাৰ বাবে তপন ডেকা হৈ পৰিছে এতিয়া আদৰ্শ স্বৰূপ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दिल्ली-NCR और पहाड़ी राज्यों में भारी बारिश से सैलाब, येलो अलर्ट जारी; केरल में मरने वालों की संख्या 167 पहुंची
नई दिल्ली। देश के ज्यादातर हिस्सों में जमकर बारिश हो रही है। बारिश के लिए तरस रही...
Realme की नई तैयारी सब पर पड़ेगी भारी, फास्टेस्ट एंट्री लेवल C65 5G smartphone 10 हजार से कम में होगा लॉन्च
रियलमी अपने ग्राहकों के लिए एक बड़ी तैयारी कर रहा है। कंपनी अपने भारतीय ग्राहकों के लिए realme...
અમરેલી તાલુકાના ચાડીયા ગામેથી સગીર વયની બાળાનું અપહરણ કરનાર આરોપી તથા ભોગબનનારને શોધી કાઢતી અમરેલી રૂરલ પોલીસ ટીમ.
ગૌતમ પરમાર પોલીસ મહાનિરીક્ષક ભાવનગર વિભાગ , ભાવનગર નાઓએ દાખલ થતા ગુનાઓમાં તાત્કાલીક આરોપીને પકડી...
માતાએ મોબાઈલ લઈ લેતા બાળકે ઘરની શું ? હાલત કરી છે જુવો.સોશિયલ મીડિયામાં વાઇરલ થયો વીડિયો 👉👇
માતાએ મોબાઈલ લઈ લેતા બાળકે ઘરની શું ? હાલત કરી છે જુવો.સોશિયલ મીડિયામાં વાઇરલ થયો વીડિયો 👉👇