অসম চৰকাৰ আৰু শ্ৰম বিভাগৰ নিৰ্দেশত আজি বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাত ৰাতিপুৱাৰ ভাগত এক বৃক্ষৰোপন আৰু পৰিস্কাৰ পৰিচন্নতাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। উক্ত কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিলে ফাতেমাবাদ চাহ বাগিচাৰ পৰিচালক বিৰাজ কুমাৰ বৰ্মনে। উক্ত কাৰ্য্যসূচীত বাগিছা কৰ্তৃপক্ষৰ লগতে স্হানীয় কিছুসংখ্যক লোক অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছত সংবাদমাধ্যমৰ আগত বাগিছাৰ পৰিচালক গৰাকীয়ে কয় যে '' অসম চৰকাৰ আৰু শ্ৰম বিভাগৰ উদ্যোগত উক্ত কাৰ্য্যসূচী বাগিছা কৰ্তৃপক্ষই হাতত লৈছে। আজিৰে পৰা সপ্তাহযোৰা হিচাপে এই কাৰ্যসূচী হাতত লোৱা হৈছে। এই বৃক্ষৰোপণ কাৰ্যসূচী লগতে পৰিস্কাৰ পৰিচন্নতাৰ জৰিয়তে কাষৰীয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যি সকল পৰ্যটক আহিব সেইসকল পৰ্যটকে যাতে এটা মনোমোহা দৃশ্য উপভোগ কৰিব পাৰে তাৰ আশা কৰা হৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আদিবাসী ছাত্ৰ সন্থাৰ নেতা মানচুক চানখাৰিকাইয়ো বৃক্ষৰোপণ কাৰ্যসূচী আৰু পৰিবেশৰ ওপৰত কেতবোৰ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સવાયા ગુજરાતીમાં ડો.રાજેન્દ્રકુમાર ભગત
#buletinindia #gujarat #savayagujarati
અમદાવાદમાં પ્રથમવાર 1551 ફૂટ લાંબા રાષ્ટ્રધ્વજ સાથેની 1551 વિદ્યાર્થીઓની તિરંગા યાત્રા યોજાઈ..
અમદાવાદમાં પ્રથમવાર 1551 ફૂટ લાંબા રાષ્ટ્રધ્વજ સાથેની 1551 વિદ્યાર્થીઓની તિરંગા યાત્રા યોજાઈ..
नाम वापसी तक चलेगी खींचतान, अमित शाह और शरद पवार की अग्निपरीक्षा
नामांकन पत्र दाखिल करने के अंतिम दिन मंगलवार तक महाराष्ट्र विधानसभा के महासंग्राम में एनडीए...
Realme Narzo 70 Pro 5G फ्लैट डिस्प्ले के साथ करेगा एंट्री, लॉन्च से पहले Amazon पर हुआ लाइव
Realme Narzo 70 Pro 5G की लैंडिंग पेज पर सामने आई जानकारी से स्पष्ट होता है कि इसे 120hz के...