অসম চৰকাৰ আৰু শ্ৰম বিভাগৰ নিৰ্দেশত আজি বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাত ৰাতিপুৱাৰ ভাগত এক বৃক্ষৰোপন আৰু পৰিস্কাৰ পৰিচন্নতাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। উক্ত কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিলে ফাতেমাবাদ চাহ বাগিচাৰ পৰিচালক বিৰাজ কুমাৰ বৰ্মনে। উক্ত কাৰ্য্যসূচীত বাগিছা কৰ্তৃপক্ষৰ লগতে স্হানীয় কিছুসংখ্যক লোক অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছত সংবাদমাধ্যমৰ আগত বাগিছাৰ পৰিচালক গৰাকীয়ে কয় যে '' অসম চৰকাৰ আৰু শ্ৰম বিভাগৰ উদ্যোগত উক্ত কাৰ্য্যসূচী বাগিছা কৰ্তৃপক্ষই হাতত লৈছে। আজিৰে পৰা সপ্তাহযোৰা হিচাপে এই কাৰ্যসূচী হাতত লোৱা হৈছে। এই বৃক্ষৰোপণ কাৰ্যসূচী লগতে পৰিস্কাৰ পৰিচন্নতাৰ জৰিয়তে কাষৰীয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যি সকল পৰ্যটক আহিব সেইসকল পৰ্যটকে যাতে এটা মনোমোহা দৃশ্য উপভোগ কৰিব পাৰে তাৰ আশা কৰা হৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আদিবাসী ছাত্ৰ সন্থাৰ নেতা মানচুক চানখাৰিকাইয়ো বৃক্ষৰোপণ কাৰ্যসূচী আৰু পৰিবেশৰ ওপৰত কেতবোৰ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rahul Gandhi की सुरक्षा को लेकर चिंतित Congress, Mallikarjun Kharge ने लिखी Amit Shah को चिट्ठी
Rahul Gandhi की सुरक्षा को लेकर चिंतित Congress, Mallikarjun Kharge ने लिखी Amit Shah को चिट्ठी
5G Update In Smartphone: स्मार्टफोन कंपनियों पर गिर रही गाज, अब 4G नहीं 5G हो अपडेट!
महीने की शुरुआत के साथ ही 5जी का आगाज हो चुका है. प्रधानमंत्री मोदी 5जी इंटनेट सेवा लॉन्च कर चुके...
રીક્ષાચાલકોનો આક્ષેપ: જૂનાગઢમાં
રીક્ષાચાલકોએ કલેક્ટરને આવેદનપત્ર પાઠવ્યું,
પોલીસ મનફાવે તેવો દંડ કરતી હોવાનો આક્ષેપ
જૂનાગઢમાં એકતા રીક્ષા ચાલક એસોસીએશને રીક્ષા સ્ટેન્ડ
બાબતે કલેક્ટરને આવેદપત્ર પાઠવી રજૂઆત કરી...
બાળ તસ્કરી મામલે DCP ની પત્રકાર પરિષદ
બાળ તસ્કરી મામલે DCP ની પત્રકાર પરિષદ