ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰবিষয়াৰ কাৰ্য্যালয়ৰ অধীনৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত খটখটি খেলমাটিতপথ দুৰ্ঘটনাত কথমপি ৰক্ষা পৰে গাড়ীচালকৰ। চেপনৰ পৰা মৰাণৰ দিশত নিজৰগাড়ী AS06AH 5193ত আহি থাকোতে হঠাৎ গৰু এটা আহি পৰাত দুৰ্ঘটনাটো সংঘটিত হয়। যদিও গাড়ীখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয়, চালকজনআঘাট প্ৰাপ্তহোৱা নাই মৰাণ আৰক্ষীয়ে গাড়ীখন থানালৈ আনি তদন্ত আৰম্ভ।কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Jaishankar को दी गई धमकी, भारत ने उड़ाई Canada की धज्जियां !Khalistan in Canada |MEA Jaishankar |Live
Jaishankar को दी गई धमकी, भारत ने उड़ाई Canada की धज्जियां !Khalistan in Canada |MEA Jaishankar |Live
બનાસકાંઠા જિલ્લા કોંગ્રેસ ના કાર્યકારી પ્રમુખ બન્યા બાદ નરસિંહભાઈ રબારી એ શું કહ્યું...
બનાસકાંઠા જિલ્લા કોંગ્રેસ ના કાર્યકારી પ્રમુખ બન્યા બાદ નરસિંહભાઈ રબારી એ શું કહ્યું...