সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে আজি গোলাঘাট দক্ষিণ উন্নয়ন খণ্ড, সৰুপথাৰৰ অধীনৰ পানজান গাঁও পঞ্চায়তত থকা ৰাজ্যখনৰ প্ৰথমখন মহিলা সাপ্তাহিক বজাৰৰূপে খ্যাত নাওজান মহিলা বজাৰৰ বজাৰ গৃহটোৰ শুভ উদ্বোধন কৰে । উল্লেখযোগ্য যে এম জি এনৰেগাৰ অধীনত এই বজাৰ গৃহটো নিৰ্মাণ কৰি উলিওৱা হৈছে । আজিৰ অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ধীৰাজ দাস, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক শ্ৰী অবিনাশ শইকীয়া, গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ উন্নয়ন খণ্ড বিষয়া শ্ৰীযুতা তমসা দাসকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি তথা বিষয়া-কৰ্মচাৰী উপস্থিত আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कृष्णा सेवा संस्थान ने किया नि:शुल्क परिंडा वितरण योजना का शुभारंभ
कृष्णा सेवा संस्थान ने किया नि:शुल्क परिंडा वितरण योजना का शुभारंभ
चिन्हित स्थानों पर संस्थान के...
એપીએમસી ખાતે જિલ્લા કક્ષાનો ગરીબ કલ્યાણ મેળો યોજાયો
એપીએમસી ખાતે જિલ્લા કક્ષાનો ગરીબ કલ્યાણ મેળો યોજાયો
मित्राच्या खून प्रकरणी जन्मठेपेसह दंडाची शिक्षा
डोक्यात दगड घालून मित्राचा खून करणाऱ्याला जन्मठेपेसह एक हजार रुपये दंडाची शिक्षा जिल्हा सत्र...