আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত চিনাকী মণ্ডল সংগঠনৰ সৌজন্যত চকচকা খণ্ড অভিযান পৰিচালনা শাখাই আজাদী কা অমৃত মহোৎসৱত সকলোৰে ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উৰুৱাৰ লক্ষৰে সৰভোগ ব্ৰজ সদনৰ পৰা সৰভোগ বজাৰলৈ এক সজাগতা যাত্ৰা কৰে। সমগ্ৰ ভাৰতবৰ্ষই আজাদী কী অমৃত মহোৎসৱত ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উৰুৱালৈ চৰকাৰীভাৱে জনোৱা আহ্বানক সহাৰি জনাবলৈ এই সজাগতা যাত্ৰাৰ আয়োজন কৰা হৈছিল। চকচকা খণ্ড সম্বন্ধয়ক ছানোৱাৰ হুচেইনৰ নেতৃত্বত আয়োজন কৰা হৈছিল উক্ত সজাগতা যাত্ৰা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હળવદ મેરુપર બાલીકા વિદ્યાલય મામલો વાલીઓ રોષે ભરાયાં ઉચ્ચ કક્ષાએ તપાસની કરી માંગ
હળવદ મેરુપર બાલીકા વિદ્યાલય મામલો વાલીઓ રોષે ભરાયાં ઉચ્ચ કક્ષાએ તપાસની કરી માંગ
खारुपेटिया थाना प्रभारी उत्पल बोरा हिरासत में
दरंग ज़िले के खारुपेटिया थाना प्रभारी उत्पल बोरा को हिरासत में ले लिया गया है पुलिस उपनिरीक्षक...
ડીસામાં આખલો ખુલ્લી ગટરમાં ખાબક્યો
ડીસામાં આખલો ખુલ્લી ગટરમાં ખાબક્યો
LG स्मार्ट टीवी यूजर्स फ्री में ले सकते हैं Apple TV Plus का सब्सक्रिप्शन, बस करना होगा ये काम
Apple TV Plus Subscription Free अगर आपके पास एलजी टीवी है तो आप इस ऑफर का फायदा उठा सकते हैं। यह...