*👉এজনো ভাৰতীয়ৰ নাম বাদ পৰা এন আৰ চি মানি নলয় বিজেপিয়ে।* 

 *👉এন আৰ চি বহু ভাৰতীয় নাম বাদ পৰিছে , বাংলাদেশত থকা ভাৰতীয় মুলৰ কোচ ৰাজবংশী, বড়ো, ৰাভা,দৰে বহু জনগোষ্ঠীৰ লোক নাম এইবাৰৰ এন আৰ চিত নাম অন্তৰ্ভুক্ত নহ'ল।*

 *👉বৰ্তমান লৈকে উচ্চতৰ ন্যায়ালয়েও এন আৰ চি খন গ্ৰহণ কৰা নাই , বাতিলো কৰা নাই । যিমান কোটি টকা খৰছ হ'লেও হওক, কিন্তু এজনো ভাৰতীয়ৰ নাম আমি এন আৰ চিৰ পৰা বাদ পৰি যাবলৈ নিদিও বুলি দৃঢ়তাৰে কয় মন্ত্ৰী দাসে।*

*👉আজি ডিগবৈ বিধায়ক সুৰেন ফুকনৰ বাসগৃহৰ চৌহদত আয়োজিত যোগদান কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত দাসে। অনুষ্ঠানত ডিগবৈৰ হাহচৰা, বৰহাপজান, হাপজান, লক্ষীপথাৰ, আৰু টিংৰাই পঞ্চায়তৰ ১৩ গৰাকী কংগ্ৰেছ নেতা সহ শতাধিক লোকে বিজেপিত যোগদান কৰে।*