জলজীৱন মিচনআঁচনিৰ অন্তৰ্গত কোৰোকানি দেউৰী গাঁৱত পানী যোগান আঁচনিৰ আধাৰ শিলা স্থাপন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে। এই অনুষ্ঠানত মন্ত্ৰী জনাৰ লগতে স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য ভৈৰৱ দেউৰী , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াৰ লগতে স্থানীয় উদয়পুৰ পঞ্চায়তৰ সভানেত্ৰী তথা কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
টীয়কৰ বলমাত প্ৰয়াত বুদ্ধিন্দ্ৰনাথ শৰ্মাৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত
টীয়কৰ বলমাত প্ৰয়াত বুদ্ধিন্দ্ৰনাথ শৰ্মাৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত #khabar24x7assam
Vikas Divyakirti ने Virat Kohli का नाम लेकर ईश्वर, भाग्य और कर्म पर क्या समझाया?
Vikas Divyakirti ने Virat Kohli का नाम लेकर ईश्वर, भाग्य और कर्म पर क्या समझाया?
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ মাচুল বৃদ্ধি কৰাক লৈ আহোম গণমঞ্চৰ সম্পাদক অকণ ভূঞাৰ প্ৰতিক্ৰিয়া
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ মাচুল বৃদ্ধি কৰাক লৈ আহোম গণমঞ্চৰ সম্পাদক অকণ ভূঞাৰ প্ৰতিক্ৰিয়া
ભિલોડા તાલુકાના શામળાજી વિસ્તારમાં 18 મીટર રોડને ખુલ્લો કરવાની કામગીરી બાબતે પ્રાંત અધિકારી દ્વારા
ભિલોડા તાલુકાના શામળાજી વિસ્તારમાં 18 મીટર રોડને ખુલ્લો કરવાની કામગીરી બાબતે પ્રાંત અધિકારી દ્વારા