টিহুত ভাৰতীয় জনতা পাৰ্টিৰ ১৭৭ আৰু ১৭৮ নম্বৰ বুথত :বুথ সৱলীকৰণৰ লক্ষ্য কে সভা অনুষ্ঠিত কৰা হয়।

আজি ভাৰতীয় জনতা পাৰ্টি টিহু মণ্ডলৰ অন্তৰ্গত ১৭৭ আৰু ১৭৮ নম্বৰ বুথৰ #বুথ_সৱলীকৰণ সভাখন অনুষ্ঠিত হয়।

এই সভাত অংশগ্ৰহণ কৰে অ’বিচি মৰ্চা, টিহু মণ্ডলৰ সভাপতি ডাঙৰীয়া,বিস্তাৰক হিচাপে উপস্থিত থাকে নলবাৰী জিলা সমিতিৰ সম্পাদক ৰীতা দত্ত ডাঙৰীয়ানীয়ে।

লগতে একাধিক বুথৰ কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।