নুমলীগড় আৰক্ষী চকীৰ অধীনৰ পোৰাবঙলাৰ পাৰ্বতীপুৰত মঙলবাৰে এটা চোৰে পুষ্পা দেৱনাথৰ বাসগৃহত প্ৰবেশ কৰি চুৰি কৰাৰ পৰিকল্পনা কৰোতেই গৃহস্থই চিঞৰ বাখৰ কৰাত পলায়ন কৰি কিছু নিলগৰ অন্য এঘৰত প্ৰবেশ কৰোতে ৰাইজে খেদি খেদি কৰায়ত্ত কৰে ৷ অচিনাক্ত চোৰটোক ৰাইজে আটক কৰি ইতিমধ্যে নুমলীগড় আৰক্ষী চকীত চমজাই দিয়ে ৷ জনবহুল এলেকাটোত চোৰৰ এনে আকস্মিক আবিৰ্ভাৱে সকলোকে চিন্তিত কৰি তুলিছে ৷ আৰক্ষীক চোৰ আৰু অপৰাধীৰ বিৰুদ্ধে তহলদাৰী দলৰ ব্যৱস্থা কৰিবৰ বাবে আহ্বান জনাইছে ৰাইজে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
બગસરા પોલીસ સ્ટેશન વિસ્તારમાં જુગારધામ પકડી પાડતી પોલીસ
બગસરા પોલીસ સ્ટેશન વિસ્તારમાં જુગારધામ પકડી પાડતી બગસરા પોલીસ ટીમ શ્રી અશોકકુમાર સાહેબ પોલીસ...
હેલ્મેટ વગર મોટર વાહન ચલાવનાર વાહન ચાલક નો ડ્રાઇવિંગ લાઇસન્સ 3 માસ માટે સસ્પેન્ડ કરવામાં આવશે
દ્વિચક્રી મોટર વાહનના જાહેર સ્થળે ઉપયોગ કરવા માટે હેલ્મેટ પહેરવુ અનિવાર્ય હેલ્મેટ વગર મોટર વાહન...