কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ গড়পোট নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেন বেজবৰুৱাৰ একমাত্ৰ পুত্ৰ ডা°পাৰ্থপ্ৰতীম বেজবৰুৱাৰ এটি ভয়ংকৰ বাইক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোঁৱালি লোৱা বাতৰিয়ে অঞ্চলজুৰি শোকবিহ্বল কৰি তুলিছে৷মেধাবী ছাত্ৰ তথা ২০১৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সপ্তম স্থান দখল কৰি ৰাজ্য তথা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা যুৱক জনৰ মৃত্যুক কোনোৱে সহজভাৱে লৱ পৰা নাই৷মেধাবী যুৱক জনে পৰবৰ্তী সময়ত এজন সু- চিকিৎসক হিচাবে প্ৰতিষ্ঠিত হৈছিল৷অতিপাত শান্ত শিষ্ট তথা সকলোৰে মাজত সহজতে মিলি যাৱ পৰা যুৱকজনৰ মৃত্যুত তেওঁ অধ্যায়ত কৰা শিক্ষানুষ্ঠান শংকৰদেৱ বিদ্যা নিকেতন,বাহাৰঘাট আৰু বাৰাংহাটী শংকৰদেৱ শিশু/ বিদ্যা নিকেতনটো শোকৰ ছাঁ পৰিছে৷তদুপৰি অঞ্চলৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানেে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ৫৭তম বাৰাংহাটী ৰঙালী বিহু সন্মিলনৰ উদ্যোগত বাৰাংহাটী এম ভি স্কুল খেলপথাৰত চলি থকা বিহু কৰ্মশালা আজিৰ দিনটোৰ বাবে স্থগিত ৰাখিছে বুলি উদ্যোক্তা সমিতিয়ে প্ৰকাশ কৰিছে৷বিশিষ্ট ক্ৰীড়ানুৰাগী যুৱকজনৰ দুৰ্ভাগ্যজনক মৃত্যুৰ বাতৰিত মৰ্মাহত হৈছে সহকৰ্মী সকল৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সমগ্ৰ দেশৰ লগতে শিৱসাগৰতো আয়ুস্মান ভৱ অভিযানৰ জিলা ভিত্তিক উদ্বোধনী অনুষ্ঠান
সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি শিৱসাগৰতো জিলা পৰ্যায়ত আয়ুস্মান ভৱ অভিযানৰ উদ্বোধনী অনুষ্ঠান শিৱসাগৰ...
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান
◆যোৰহাট জিলাৰ উদ্যোগত আজি যোৰহাট থিয়েটাৰ হ'লত অনুষ্ঠিত এক অনুষ্ঠানত...
28 રાજ્યોમાં ફ્રોડ કરનારી ગેંગ પકડાઈઃ 8 લોકોએ રૂ. 826 કરોડના 1229 સાઇબર ફ્રોડ કર્યા
ગાંધીનગરઃ ગુજરાત સાઇબર સેન્ટર ઓફ એક્સેલન્સ દ્વારા સાઇબર માફિયાઓ સામે મોટી કાર્યવાહી કરાઈ છે. આ...
योग दिवस धूमधाम से मनाया गया तथा वृधाआश्रम में फल वितरण किया गया
उत्तर प्रदेश के जनपद उरई में, योग दिवस धूमधाम से मनाया गया तथा वृधाआश्रम में फल वितरण किया गया।...
'PM मोदी के विजन के साथ मजबूती से खड़ी रहेगी जनसेना', पार्टी प्रमुख पवन कल्याण ने किया पीएम से वादा
नई दिल्ली, पीएम मोदी की अध्यक्षता में राष्ट्रीय जनतांत्रिक गठबंधन (NDA) की बैठक हुई। इस...