আজি পৰা আৰম্ভ হৈছে ৰোজা।

আজিৰে পৰা আৰম্ভ ইছল‍াম ধৰ্মী লোক সকলৰ পৱিত্ৰ ৰমজান মাহ।যোৱাকালি কাচি জোন দেখাৰ পিছতে ইছলাম ধৰ্মীয় লোক সকল মাজত দেখা গৈছে আনন্দ উল্লাহ।ইছলাম ধৰ্মী লোক সকল পৱিত্ৰ মাহ হল ৰমজান মাহ।ৰমজান মাহ উপলক্ষে বজাৰত ভৰি পৰিল সুস্বাদু ফল মূল ।বজাৰত হেতাও পৰা ভিৰ দেখিবলৈ পোৱা গৈছে ডিপ্তা সুৰাদীত।এই পৱিত্ৰ ৰমজান মাহত পুৱতি নিশা চেহেৰি খোৱাৰে পিছতে ৰমজান আৰম্ভ হয় গধূলী মাগৰিৱৰ সময়ত ইফতাৰ কৰা হয়।