চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত খুমটাই গাওঁপঞ্চায়ত আৰু চেপন গাওঁপঞ্চায়তত ২০২১-২২ বৰ্ষৰ পাঁচটা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ শুভ উদ্বোধন কৰে। এই গৃহ কেইটা শুভউদ্বোধন কৰি মন্ত্ৰী যোগেন মহনে সাংবাদিকৰ আগত কয় যে ২০২১-২২ বৰ্ষৰ প্ৰধানমন্ত্ৰী আবাস যোজনা আবাস গৃহ তেত্ৰিশ দিনৰ ভিতৰত নিৰ্মাণ কৰা অসমৰ ভিতৰতে প্ৰথম বুলি কয়। লগতে মন্ত্ৰী যোগেন মহনে মাহমৰা সমষ্টিৰ খুমটাই গাওঁপঞ্চায়তত এম জি এনৰেগা ৰ অধীনত নিৰ্মাণ হোৱা ফেঞ্চিং ৱাল আৰু এটা প্ৰেক্ষাগৃহ শুভউদ্বোধন কৰে। এই শুভউদ্বোধন অনুষ্ঠানত মন্ত্ৰী যোগেন মহনৰ লগতে দিচাংপানী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া উৎপল গগৈ, খুমটাই গাওঁপঞ্চায়তৰ সভানেত্ৰী পূৰ্ণিমা শৰ্মাৰ লগতে কেইবাগৰাকী বিষয়া আৰু ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BREAKING NEWS: ICU में भर्ती BJP सांसद Srinivasa Prasad का निधन | Karnataka | Aaj Tak News
BREAKING NEWS: ICU में भर्ती BJP सांसद Srinivasa Prasad का निधन | Karnataka | Aaj Tak News
जांबुत मध्ये बिबटयाचा बंदोबस्त करण्यासाठी आमदारांचा जिल्हाधिकाऱ्यांशी संवाद
जांबुत मध्ये बिबटयाचा बंदोबस्त करण्यासाठी आमदारांचा जिल्हाधिकाऱ्यांशी संवाद
बांठिया ने व्यापारियों से चर्चा कर तिंरगा रैली में भाग लेने का किया आव्हान
बालोतरा।
भारतीय जनता पार्टी प्रदेश कार्य समिति सदस्य व व्यापार प्रकोष्ठ के प्रदेश सह...
ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই ২৬ ছেপ্তেম্বৰত দিয়া বন্ধ সমৰ্থন জনাব AJYCPয়েঃ পলাশ চাংমাই
কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত অসমৰ ছয় জনগোষ্ঠীৰ নাম নথকাৰ পাছতে...