বতাহ ধুমুহাত বিস্তৰ ক্ষতি

 গোলাঘাট ২২ মাৰ্চ

 আজি বিয়লিৰ ভাগত অহা এজাক বতাহ-ধুমুহাৰ ফলত গোলাঘাটৰ পদূমণি,বগৰীজেং,নৰাকোঁৱৰ গাঁৱত বিস্তৰ ক্ষতি সাধন কৰে । বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বাসভৱনকে ধৰি অন্যান্য ঘৰৰ টিং,মূধচ,বেৰ ভাঙি পেলোৱাত বিপাঙত পৰিল ৰাইজ।হঠাতে অহা বৰষুণজাকে এনেদৰেই কৰিলে ক্ষতিসাধন।উপায়ন্তৰ হৈ ক্ষতিগ্ৰস্ত ৰাইজে সাহায্য বিচাৰিছে চৰকাৰৰ পৰা।