কাজিৰঙা: অহা এপ্ৰিলত তিনিদিন কৈ বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

•গজ উৎসৱ উপলক্ষে অহা ৬, ৭ আৰু ৮ এপ্ৰিলত পৰ্যটকৰ বাবে বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

•উক্ত তিনি দিনত কহঁৰা, বাগৰি, অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চলত বন্ধ থাকিব জীপ ছাফাৰী

•লগতে বন্ধ থাকিব হাতী ছাফাৰীও