ৰাজ্যত উৎকোচ লোৱা কৰ্মচাৰীৰ ওপৰত চলিছে অভিযান। বৰ্তমানলৈকে বহুকেইজন চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যত এতিয়াও আছে তেনে বহু উৎকোচ লোৱা চৰকাৰী কৰ্মচাৰী। তেনে দুৰ্নীতিৰ বাধা দিবলৈ এতিয়া আপুনিও ল’ব পাৰে পদক্ষেপ। অসম আৰক্ষীয়ে এই ক্ষেত্ৰত ফেচবুকযোগে ৰাইজলৈ আগবঢ়াইছে কেইবাটাও নম্বৰ।নে ঘটনা যদি কৰবাত বা আপোনাৰ লগত সংঘটিত হয় তেনেহলে পলম নকৰি শীঘ্ৰেই যোগাযোগ কৰক আৰক্ষীক। অসম আৰক্ষীৰ ফেচবুকৰ পোষ্টত এনেদৰে উল্লেখ কৰিছে – “দুৰ্নীতিৰ বিৰুদ্ধে মাৰ্ বান্ধি থয় হওঁক ! যদি আপুনি কোনো চৰকাৰী বিষয়াক উৎকোচ বিচৰা প্ৰত্যক্ষ কৰে তেন্তে ততালিকে অসমৰ সতৰ্কতা আৰু দুৰ্নীতি সঞ্চালকালয়ে জাৰী কৰা নিম্নলিখিত নম্বৰসমূহত যোগাযোগ কৰক।“
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દુધધારા ડેરીના પ્રમુખ ઘનશ્યામભાઇ પટેલનું અછાલિયા ખાતે સન્માન કરવામાં આવ્યું
દુધધારા ડેરીના પ્રમુખ ઘનશ્યામભાઇ પટેલનું અછાલિયા ખાતે સન્માન કરવામાં આવ્યું
Jammu Kashmir में आतंक की आग में झुलस रहे युवाओं के सफाए का आदेश
जम्मू-कश्मीर विधानसभा चुनाव के परिणाम राज्य में आतंक और अलगाववाद के सफाए का ऐलान कर रहे हैं। फिर...
દિયોદર ગ્રામ પંચાયત ખાતે શ્રદ્ધાંજલિ કાર્યક્રમ યોજાયો.
દિયોદર ગ્રામ પંચાયત ખાતે શ્રદ્ધાંજલિ કાર્યક્રમ યોજાયો.
Sanatan Dharm 2023: Ayodhya के जगतगुरु ने सिर कलम की दी धमकी | Udhayanidhi Stalin
Sanatan Dharm 2023: Ayodhya के जगतगुरु ने सिर कलम की दी धमकी | Udhayanidhi Stalin