ৰাজ্যত উৎকোচ লোৱা কৰ্মচাৰীৰ ওপৰত চলিছে অভিযান। বৰ্তমানলৈকে বহুকেইজন চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যত এতিয়াও আছে তেনে বহু উৎকোচ লোৱা চৰকাৰী কৰ্মচাৰী। তেনে দুৰ্নীতিৰ বাধা দিবলৈ এতিয়া আপুনিও ল’ব পাৰে পদক্ষেপ। অসম আৰক্ষীয়ে এই ক্ষেত্ৰত ফেচবুকযোগে ৰাইজলৈ আগবঢ়াইছে কেইবাটাও নম্বৰ।নে ঘটনা যদি কৰবাত বা আপোনাৰ লগত সংঘটিত হয় তেনেহলে পলম নকৰি শীঘ্ৰেই যোগাযোগ কৰক আৰক্ষীক। অসম আৰক্ষীৰ ফেচবুকৰ পোষ্টত এনেদৰে উল্লেখ কৰিছে – “দুৰ্নীতিৰ বিৰুদ্ধে মাৰ্ বান্ধি থয় হওঁক ! যদি আপুনি কোনো চৰকাৰী বিষয়াক উৎকোচ বিচৰা প্ৰত্যক্ষ কৰে তেন্তে ততালিকে অসমৰ সতৰ্কতা আৰু দুৰ্নীতি সঞ্চালকালয়ে জাৰী কৰা নিম্নলিখিত নম্বৰসমূহত যোগাযোগ কৰক।“
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মহানগৰীৰ ডাউন টাউনত বন্দুকধাৰী যুৱকৰ তাণ্ডৱ
মহানগৰীৰ ডাউন টাউনৰ মথুৰা নগৰত বন্দুকধাৰী যুৱকৰ তাণ্ডৱ। হাতত বন্দুক লৈ পথচাৰিক মৃত্যুৰ ভাবুকি...
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জন্ম দিন পালন
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জন্ম দিন পালন বিশ্বনাথত।
হাতত ঝাডুলৈ হাবি-জংঘল...
Gadhada|| સામાકાંઠા વિસ્તાર પર એક યુવાન પર 5 અજાણ્યા શખ્સોએ ફાયરિંગ કરી ફરાર #news #firing #crime
Gadhada|| સામાકાંઠા વિસ્તાર પર એક યુવાન પર 5 અજાણ્યા શખ્સોએ ફાયરિંગ કરી ફરાર #news #firing #crime
धीरेंद्र शास्त्री के बाद प्रदीप मिश्रा के खिलाफ भीम आर्मी मुखर, इस कारण देशद्रोह दर्ज करने की मांग
मध्य प्रदेश के पंडित धीरेंद्र कृष्ण शास्त्री (dhirendra sastri) का मामला अभी पूरी तरह शांत नहीं...