হেঁপাহৰ বিহুটি সমাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰাণৰ সমীপৰ গজপুৰীয়া গাঁৱটো দেখা গৈছে বিহুনাচৰ কৰ্মশালা । গজপুৰীয়া আদিত্য সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দহ দিনীয়া কৰ্মশালা অনুষ্ঠিত হয় । প্ৰায় শতাধিক নাচনীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালা খনত চৰাইদেও হুঁচৰি দলৰ বিহুৱা আৰু নাচনীয়ে প্ৰশিক্ষণ আগবঢ়াই। মৰান গজপুৰীয়া গাঁৱত অনুষ্ঠিত বিহুনাচৰ কৰ্মশালাত কেইবাশতাধিক নাচনী অংশগ্ৰহণ কৰে আৰু আজি কৰ্মশালাৰ সফল সামৰণি পৰে
মৰান গজপুৰীয়াত গজপুৰীয়া আদিত্য সংঘৰ উদ্যোগত কেইবাশতাধিক নাচনী অংশগ্ৰহণ কৰা বিহুনাচৰ কৰ্মশালাৰ আজি সফল সামৰণি পৰে
