নলবাৰী জিলাৰ বিজেপি টিহু মণ্ডলৰ অন্তৰ্গত সুৰাদীত ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চাৰ তৃতীয় মণ্ডল কাৰ্যনিৰ্বাহল সভা অনুষ্ঠিত হয়। সুৰাদীস্হিত নৱৰুণ জাতীয় বিদ্যালয়ৰ প্ৰাংগনত টিহু মণ্ডল বিজেপি সংখ্যালঘু মৰ্চা কাৰ্যনিৰ্ৱাহক সভাখনত সভাপতিত্ব কৰে সভাপতি বদিউৰ জামানে। সভাত নলবাৰী জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ উপসভাপতি তথা টিহু মণ্ডলৰ পৰ্যাৱেক্ষক জয়নাল আবেদীন। সভাত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সদস্য সকলৰ লগতে ডিপ্তা সুৰাদীৰ ৰাইজ উপস্হিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চাহ শ্ৰমিক সকলক লৈ প্ৰতিখন চৰকাৰে ৰাজনীতি কৰাৰ অভিযোগ
চাহ শ্ৰমিক সকলক লৈ প্ৰতিখন চৰকাৰে ৰাজনীতি কৰাৰ অভিযোগ।
Mastek Q4 Results Post Strategy | Profit में 22% का उछाल लेकिन Income ग्रोथ क्यों रही ठंडी?
Mastek Q4 Results Post Strategy | Profit में 22% का उछाल लेकिन Income ग्रोथ क्यों रही ठंडी?
હળવદ સરકારી હોસ્પિટલ ના ડોક્ટરે માનવતાનું ઉદાહરણ પુરૂ પાડીયુ .
આજ રોજ તારીખ ૧૫/૦૯/૨૦૨૨ ના હળવદ તાલુકા ના શીરોઈ ગામ ના સગર્ભા માતા ને પ્રસૂતિ નો દુખાવો ઉપડતા...
शेतकरी बैठकीस उपस्थित रहा गुंदेकर
बीड तालुक्यात शेतकरी आंदोलन समितीच्या माध्यमातून गेल्या काही महिन्यांपासून शेतकरी एकजुटीने...