March 19, 20গোলাঘাটৰ গমাৰিগুৰি আদৰ্শ গাঁৱত অজগৰ উদ্ধাৰঃ 

গোলাঘাট,।১৯ মাৰ্চঃ 

গোলাঘাট জিলা ঘিলাধাৰী খণ্ড বন বিভাগৰ অন্তৰ্গত আদৰ্শ গাঁৱত আজি এটা প্ৰায় ৮ ফুট দৈৰ্ঘ্যৰ এডাল অজগৰ উদ্ধাৰ হয়।প্ৰতিৱেশী নবীন বৰা আৰু আন এজন যুৱকে ব্যতিগত এখন চাহবাগানৰ মাজত অজগৰটো দেখি স্থানীয় ৰাইজক খবৰ দিয়ে আৰু আনন্দ শইকীয়া নামৰ যুৱকজনে অজগৰটো বাগিচাখনৰ পৰা ধৰি আনে। পাছত বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোকে অজগৰটো চমজি লৈ চিকিৎসাৰ অন্তত নামবৰ অভয়াৰণ্যত মুকলি কৰি দিব বুলি ৰাইজক অৱগত কৰে। 23(2)