চিলাপথাৰৰ মাদুৰিপথাৰ মহিলা সমাজ আৰু ধেমাজি জিলা লেখিকা সমাজৰ যৌথ উদ্যোগত অহা ২৮ মাৰ্চ তাৰিখে এদিনীয়া বৰ্ণ্যাঢ কাৰ্যসূচীৰে মাদুৰিপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গনৰ লাচিত ক্ষেত্ৰত অনুষ্ঠিত হ'ব পঞ্চম বাৰ্ষিক জিলা ভিত্তিত জয়া স্মৃতি দিৱস। ধেমাজি জিলা শিক্ষা বিষয়া কবিতা ডেকাই উদ্ধোধন কৰিব লগা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব জীৱন টায়ে ৰচনা আৰু পৰিচালনাৰে এখনি সুন্দৰ গীতি নৃত্য নাটিকা "মোৰ দেশ স্বপ্নৰ স্বদেশ" আৰু বুলেন বুঢ়াগোহাঁই পৰিচালনাৰে চিলাপথাৰ বালিজানৰ মণিকাঞ্চন শিল্পী সমাজৰ দ্বাৰা"সতী জয়মতী নাট" প্ৰদৰ্শন। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা , স্হানীয় বিধায়ক ভুৱন পেগু , জিলা উপায়ুক্ত পল্লৱী ফুকন , জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা , লিকাবালিস্হিত ২২নং অসম আৰক্ষী বেটেলিয়ানৰ অধিনায়ক কামাণ্ডেণ্ট্ মুছলেহ উদ্দিন আহমেদ । অনুষ্ঠানটিৰ মুকলি সভাত সমাজ তথা সাহিত্য সংস্কৃতিলৈ বৰঙণি আগবঢ়োৱা ৬ গৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে এগৰাকী মহিলাক প্ৰথম বাৰলৈ "সতী জয়মতী বঁটা" প্ৰদান কৰিব । উদ্ যাপন সমিতিৰ সভাপতি চুনুমনি বৰুৱা , সম্পাদিকা যোগ গগৈয়ে অনুষ্ঠানটিত সকলো ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सासाराम-बिहारशरीफ में पांचवें दिन इंटरनेट बंद, आज से 2 बजे तक खुलेंगी दुकानें; अबतक 173 गिरफ्तार
रामनवमी शोभायात्रा के दौरान हुए उपद्रव के बाद बिहारशरीफ और सासाराम में व्यवस्था धीरे-धीरे...
प्रत्येक घर तक दिवाली की रोशनी पहुँचाने का लक्ष्य : दवे
कृष्णा सेवा संस्थान द्वारा खुशियों का उपहार के किट वितरित
कृष्णा सेवा संस्थान द्वारा...
देव, घैसास, कीर महाविद्यालयात जनजाती गौरव दिवस साजरा
रत्नागिरी : भारत शिक्षण मंडळाच्या देव,घैसास, कीर वरिष्ठ महाविद्यालयात भगवान बिरसा मुंडा जयंती...
সোণাৰিত চোৰে চলালে চাফাই অভিযান
সোণাৰিত চোৰে চলালে চাফাই অভিযান
গৃহস্ত নথকাৰ সুযোগ লৈ দুটা আলমাৰী ভাঙি সোণৰ অলংকাৰ, নগদ ধন...