# বাংলাদেশৰ মৌলবাদী সংগঠন আনছাউল্লা বাংলাৰে সম্পৰ্ক থকা জেহাদী কৰায়ত্ব কৰাৰ পিছত মৰিগাঁৱত এইবাৰ গ্ৰেপ্তাৰ হল বাংলাদেশী নাগৰিক।
# আন্তঃৰাষ্ট্ৰীয় পাৰপত্ৰ জালিয়াতিৰে গৰুৰ চোৰাং বেপাৰত জড়িত আছিল কৰায়ত্ত হোৱা বাংলাদেশী নুৰুজ জামান।
# ভাৰতীয় চিম ভুৱা নথিৰে উলিয়াই ব্যৱহাৰ কৰিছিল বাংলাদেশী নুৰুজে ।
# চোৰাং গৰুৰ সৰবৰাহত জড়িত নুৰুজ জামানৰ পৰা বৃহৎ পৰিমাণৰ ভাৰতীয় টকা জব্দ।
# ভাৰতীয় দণ্ডবিধিৰ 14(b)(c) foreigner act, 1946 IPC 419 অধীনত গ্ৰেপ্তাৰ বাংলাদেশী নুৰুজ জামানক।
# মৰিগাঁও সদৰ থানাত ২৭৩/২২ নম্বৰৰ ৰুজু কৰি আৰক্ষীয়ে চলাইছে মাৰাথান জেৰা।