ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ পুলিচ পইণ্টৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত এজন লোক গুৰুতৰ ভাৱে আহত।হয়। আহত লোকজনক ততাতৈয়াকৈ ডিব্ৰুগড় চিকিৎসালয়লৈ প্ৰেৰণ কৰাহয়। ।জানিব পৰামতে কৰণি স্তৰৰ মুনিব সৰুজমৰ যোশী (৪৬) ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হবলৈ লওঁতে তীব্ৰ গতিত আহিথকা স্কুটিখনে খুন্দা মাৰি দিয়ে। ঘটনাস্থলীত উপস্থিত থকা আৰক্ষী দলে স্কুটিখন জব্দ কৰাৰ লগতে চালকজনক থানালৈ আনি তদন্ত আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सस्ता फोन ला रहा Xiaomi, Redmi A4 5G की लॉन्च डेट कन्फर्म, कीमत 10 हजार से भी कम
Redmi A4 5G का भारत लॉन्च कन्फर्म हो गया है। कंपनी इस 5G फोन को अफोर्डेबल सेगमेंट में लेकर आ रही...
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰেডিঅ’ অনুষ্ঠান “মন কী বাত” উপভোগ কৰে মন্ত্ৰী বিমল বৰাই।
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন কী বাত অনুষ্ঠান সম্বোধন কৰে। টিংখাং চাহ বাগিচাৰ অন্তৰ্গত ১৪৮...
Mahila Samman Scheme: महिलाओं को आत्मनिर्भर बनाएगी ये स्कीम, कम समय में मिलेगा 7.5% ब्याज
नया वित्तीय वर्ष (new financial year)शुरू हो चुका है. अगर आप महिला हैं और कम समय में मुनाफा कमाना...
ધરામપુરમાં પાર્ટીને સમર્પિત નિષ્ઠાવાન કાર્યકર્તા એ સતત 3 વાર ડમી તરીકે ફોર્મ ભર્યું ..
ધરામપુરમાં પાર્ટીને સમર્પિત નિષ્ઠાવાન કાર્યકર્તા એ સતત 3 વાર ડમી તરીકે ફોર્મ ભર્યું ..
ડીસા એસ ઓ જી પોલીસ અને દક્ષિણ પોલીસ દ્વારા ચાઈનીઝ દોરી ઝડપી પાડી..
ડીસા એસ ઓ જી પોલીસ અને દક્ષિણ પોલીસ દ્વારા ચાઈનીઝ દોરી ઝડપી પાડી..