পশ্চিম কলিয়াবৰ ক্ৰীয়া সন্থাৰ সহযোগত আৰক্ষী আৰু ৰাইজৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে নগাওঁ জিলাৰ অন্তৰ্গত ১৫ খন থানাৰ মাজত অনুষ্ঠিত হৈছে আন্তঃ আৰক্ষী থানা ফুটবল প্ৰতিযোগিতা।প্ৰয়াত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতি আৰু কনিষ্টবল ৰাজীৱ বৰদলৈ ৰ সোঁৱৰণত প্ৰদান কৰা হব এই ট্ৰফী।প্ৰতিযোগিতাৰ প্ৰথমখন খেল চামগুৰি থানা আৰু কলিয়াবৰ থানাৰ মাজত আৰু দ্বিতীয়খন জখলাবন্ধা আৰু ৰূপহী থানাৰ মাজত অনুষ্ঠিত হয়। কলিয়াবৰৰ ভোমোৰাগুৰি খেলপথাৰত আন্তঃ আৰক্ষী থানা ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভণি।খেল পথাৰত উপস্থিত থাকে নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে , প্ৰশাসনৰ লোকৰ লগতে স্থানীয় ৰাইজ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
લુણાવાડાની હાઈટ્સ પબ્લિક સ્કૂલ દ્વારા બાળદિવસની ઉજવણી કરાઇ
લુણાવાડાની અંગ્રેજી માધ્યમની શાળા એકેડમીક હાઈટ્સ પબ્લીક સ્કૂલ દ્વારા બાળદિવસની વિશેષ ઉજવણી કરાઈ...
কমিছনৰ অংক আৰু বিজেপিৰ GOOD BOOK ত স্থান ল'বৰ বাবে ইংৰাজীত পঢ়াব লৈছে হিমন্ত বিশ্ব শৰ্মাই: অখিল গগৈ
কমিছনৰ অংক আৰু বিজেপিৰ GOOD BOOK ত স্থান লবৰ বাবে বিদ্যালয়ত অসমীয়াৰ সলনি ইংৰাজীত পঢ়াব লৈছে...
কমাৰ্চ পইণ্ট ৰাজগড় লিংক ৰোডৰ ঘটনাস্থলী পৰিদৰ্শন মন্ত্ৰী অশোক সিংঘালৰ
মহানগৰীৰ কমাৰ্চ পইণ্ট-ৰাজগড় লিংক ৰোডত সংঘটিত জলবিস্ফোৰণত উপস্থিত হৈ মন্ত্ৰী অশোক সিংঘালে...
शमशान जाने का रास्ता नहीं, ग्रामीणों को बरसात में होती है समस्या
कोटा. कनवास क्षेत्र के ग्राम पंचायत झालरी के द्वारा लगभग 2 से 3 साल पहले श्मशान घाट का निर्माण तो...
मेड इन इंडिया Maruti Swift अब अफ्रीकी बाजार में भी होगी लॉन्च, मिल सकता है CVT ट्रांसमिशन
भारत की प्रमुख वाहन निर्माता Maruti Suzuki भारत में बनी कई कारों का एक्सपोर्ट करती है।...