পশ্চিম কলিয়াবৰ ক্ৰীয়া সন্থাৰ সহযোগত আৰক্ষী আৰু ৰাইজৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে নগাওঁ জিলাৰ অন্তৰ্গত ১৫ খন থানাৰ মাজত অনুষ্ঠিত হৈছে আন্তঃ আৰক্ষী থানা ফুটবল প্ৰতিযোগিতা।প্ৰয়াত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতি আৰু কনিষ্টবল ৰাজীৱ বৰদলৈ ৰ সোঁৱৰণত প্ৰদান কৰা হব এই ট্ৰফী।প্ৰতিযোগিতাৰ প্ৰথমখন খেল চামগুৰি থানা আৰু কলিয়াবৰ থানাৰ মাজত আৰু দ্বিতীয়খন জখলাবন্ধা আৰু ৰূপহী থানাৰ মাজত অনুষ্ঠিত হয়। কলিয়াবৰৰ ভোমোৰাগুৰি খেলপথাৰত আন্তঃ আৰক্ষী থানা ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভণি।খেল পথাৰত উপস্থিত থাকে নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে , প্ৰশাসনৰ লোকৰ লগতে স্থানীয় ৰাইজ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઘર કંકાસને લઈ દારૂના નશામાં પતિએ પત્ની સાથે ઝઘડોકરી ક્રૂરતાપૂર્વક ગળું દબાવી પતિએ કરી પત્નીની હત્યા
ઘર કંકાસને લઈ દારૂના નશામાં પતિએ પત્ની સાથે ઝઘડોકરી ક્રૂરતાપૂર્વક ગળું દબાવી પતિએ કરી પત્નીની હત્યા
How is rabadio jaggery made from sugarcane juice and what are its benefits? રાબડિયો ગોળ ખાવો જોઈએ
How is rabadio jaggery made from sugarcane juice and what are its benefits? રાબડિયો ગોળ ખાવો જોઈએ
সোণাৰিৰ পৰা তিনিজন পবিত্ৰ হজ ওমৰাৰ বাবে ৰাওনা
সোণাৰিৰ পৰা তিনিজন পবিত্ৰ হজ ওমৰা ৰাওনা।
সোণাৰি সদৰৰ তিনি জন পবিত্ৰ ওমৰা হজ যাত্ৰী ৰাওনা।...
कैसे करें Investment Plan कि Retirement तक आराम से जमा हो जाएं 10 करोड़ रुपये?
कैसे करें Investment Plan कि Retirement तक आराम से जमा हो जाएं 10 करोड़ रुपये?
TV9 Headlines @ 1 PM | 08-11-2022 | TV9GujaratiNews
TV9 Headlines @ 1 PM | 08-11-2022 | TV9GujaratiNews