অসম সাহিত্য সভাৰ অন্যতম শক্তিশালী শাখা নলবাৰী জিলা সাহিত্য সভাৰ নতুন সভাপতি আৰু সম্পাদক আজি বিনা প্ৰতিদণ্ডিতাৰে নিৰ্বাচিত হয়৷সভাপতি হিচাবে নিৰ্বাচিত হয় শিক্ষাবিদ,লেখিকা ড°লীনা ডেকা আৰু সম্পাদক হিচাবে একেৰাহে দ্বিতীয় বাৰৰ বাবে নিৰ্বাচিত হয় সাংবাদিক,লেখক পংকজ বেজবৰুৱা৷নৱনিৰ্বাচিত সভাপতি আৰু সম্পাদক দুয়োগৰাকীয়ে নিষ্ঠা আৰু সততাৰে কাম কৰি যোৱাৰ লগতে শিক্ষাৰ নৱদ্বীপ খ্যাত নলবাৰী জিলা সাহিত্য সভাক অধীক গতিশীল কৰাৰ কথা উল্লেখ কৰে৷দুয়ো গৰাকী সভাপতি আৰু সম্পাদকেে জাতীয় স্বাৰ্থক অগ্ৰাধিকাৰ দি সাহিত্য ক্ষেত্ৰক অধীক চহকী কৰাৰ বাবে জিলাখনৰ সাহিত্যনুৰাগী ৰাইজে আশা কৰিছে৷ইতিমধ্যে দুয়োগৰাকী নৱনিৰ্বাচিত সভাপতি/সম্পাদকক জিলাখনৰ বিভিন্ন প্ৰান্তৰ শাখা সাহিত্য সভা সমূহে শুভেচ্ছা জনাইছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
માયાભાઈ આહિર ના દુઃખમાં ભાગ લેવા આવી પહોંચ્યા ધુરંધર નેતાઓ
માયાભાઈ આહિર ના દુઃખમાં ભાગ લેવા આવી પહોંચ્યા ધુરંધર નેતાઓ
हवामहल विधायक बाल मुकुंदाचार्य एक फिर एक्शन में, वीडियों वायरल
जयपुर। हवामहल विधायक बाल मुकुंदाचार्य एक फिर एक्शन में नजर आए। जिसका विडियों सोशल मीडिया पर वायरल...
ખંભાળીયા તાલુકાના વિવિધ ગામોની મુલાકાત લેતા ઇસુદાન ગઢવી
ખંભાળીયા તાલુકાના વિવિધ ગામોની મુલાકાત લેતા ઇસુદાન ગઢવી
Assam CM Himanta Biswa Sarma gets 'Z+' security
The Union government has upgraded the security cover of Assam Chief Minister Himanta Biswa Sarma...