Baganpara আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সম্প্ৰতি বি পি এফ দলে আৰম্ভ কৰিছে কুচকাৱাজ। দলীয় কৰ্মকৰ্তা সকলক সক্ৰিয় কৰাৰ উদ্দেশ্যে বিভিন্ন ঠাইত এটাৰ পিচত আন এটাকৈ অনুষ্ঠিত কৰি গৈছে দলীয় কাৰ্যসুচী । আজি বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে সহস্ৰাধিক ৰাইজৰ লগত বাক্সা জিলাৰ বাগানপাৰা বি পি এফ কাৰ্যালয়ৰ পৰা পাচ কিঃমিঃ পদযাত্ৰা কৰি টুপুলীয়াত এখন গনজাগৰণ সভাত অংশ লয় । শান্তি ,ঐক্য,সংহতি আৰু প্ৰগতিৰ হকে অংশগ্ৰহন কৰা সভাত হাগ্ৰামা মহিলাৰীয়ে বৰ্তমানৰ ইউ পি পি এল চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে ।বড়ো জাতিটোক প্ৰমোদ বড়োৱে ধ্বংস কৰা বুলি মন্তব্য কৰে হাগ্ৰাম মহিলাৰীয়ে । ইপিনে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত হাগ্ৰামা মহিলাৰীয়ে সমাগত লোকসভা নিৰ্বাচনত বি পি এফ দলে কাৰো লগত মিত্ৰতা নকৰাকৈ নিৰ্বাচন খেলিব বুলি মন্তব্য কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
धूम्रपान करना तो दूर छूना भी मानते है माता का श्राप, ऐसी हैं जजावर कस्बे के झैठाल माताजी की अनूठी कहानी
धूम्रपान करना तो दूर छूना भी मानते है माता का श्राप
ऐसी हैं जजावर कस्बे के झैठाल माताजी की अनूठी...
અંબાજી ૧૦૮ ટીમની મહીલા કર્મચારીએ ગબ્બર પર્વતના ૩૫૦ પગથીયા ચડીને દર્દીનો જીવ બચાવ્યો...
અંબાજી ૧૦૮ ટીમની મહીલા કર્મચારીએ ગબ્બર પર્વતના ૩૫૦ પગથીયા ચડીને દર્દીનો જીવ બચાવ્યો...
'मेरी मां की जान बचाने के लिए PM मोदी का धन्यवाद', शेख हसीना के वीजा रद्द मामले पर बेटे सजीब ने बताई सच्चाई
बांग्लादेश की पूर्व प्रधानमंत्री शेख हसीना के बेटे सजीब वाजेद जॉय ने प्रधानमंत्री नरेंद्र मोदी के...
MotoGP Bharat 2023: Greater Noida में होगी बाइक रेस, 41 देशों के Bikers होंगे शामिल | Breaking News
MotoGP Bharat 2023: Greater Noida में होगी बाइक रेस, 41 देशों के Bikers होंगे शामिल | Breaking News