ডিব্ৰুগড় জিলাৰ অধীনস্থ মৰাণ ৰাজহ চক্ৰৰ লাট গাঁও প্ৰধান চক্ৰ সমিতিৰ সাধাৰণ সভাখন আজি দুপৰীয়া সম্পন্ন হৈ যায়৷ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় চৌহদত অৱস্থিত গাঁও প্ৰধান চক্ৰ সমিতিৰ ভৱনত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে বিদায়ী সভাপতি গিৰিশ বুঢ়াগোহাঁয়ে৷ বিগত কাৰ্যকালৰ সম্পদকীয় প্ৰতিবেদন পাঠ কৰে বিদায়ী সম্পাদক যোগানন্দ গগৈয়ে৷ সভাখনত লাট গাঁও প্ৰধান মৰাণ চক্ৰ সমিতিৰ কৰ্মকৰ্তাসকলৰ সমস্যাসমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰি ভৱিষ্যতৰ কৰ্মপন্থা নিৰূপন কৰা হয়৷ এই সভাতে পৰৱৰ্তী কাৰ্যকালৰ কাৰণে কুলধৰ খনিকৰক সভাপতি পদ্মৰাজ বৰাক সম্পাদক আৰু শোণিত গগৈক কোষাধ্যক্ষ হিচাপে লৈ এখন নতুন সমিতি গঠন কৰা হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Amit Shah Assam Visit: 2nd Assembly, Mising Festival
In a significant political and developmental move ahead of the crucial Assam Assembly elections...
Tezpur University organises National webinar on Financial Education
Tezpur : Financial Education provides the basic life skill to build a secure financial future....
দেৰগাঁৱৰ দুসুতি মুখত বাঘৰ আতংক বাঘৰ আক্ৰমনত দুজন লোক আহত
দেৰগাঁৱৰ দুসুতি মুখত বাঘৰ আতংক বাঘৰ আক্ৰমনত দুজন লোক আহত
গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ পৰিচালনাক লৈ শেষ হোৱা নাই বিতৰ্ক।পুনৰ পূৰ্বৰ পৰিচালনা
গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ পৰিচালনাক লৈ শেষ হোৱা নাই বিতৰ্ক। পুনৰ পূৰ্বৰ...