মঙ্গলদৈৰ মোৱামাৰীত মৃতদেহ উদ্ধাৰ।মৰাপাট খেতিৰ মাজত প্ৰত্যক্ষ অৰ্ধগলিত মৃতদেহটো।চফিকুল নামৰ দৰ্জী এজনে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ।অভিযোগ অনুসৰি ফুলমতী নামৰ ২৫ বছৰীয়া ছোৱালী জনী দৰ্জী দোকানত কাম কৰা মালিকৰ সতে আছিল প্ৰেমৰ সম্পৰ্ক।চফিকুল নামৰ দৰ্জী জনৰ লগত দীৰ্ঘ দিন ধৰি প্ৰেমৰ সম্পৰ্ক থকাৰ পৰিনতিতে এই হত্যা কাণ্ড হয় বুলি পৰিয়ালৰ লোকৰ সন্দেহ প্ৰকাশ।মঙলদৈ আৰক্ষী প্ৰশাসনে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ অভিযানত ঘটনাই কি ৰূপ লয় সেয়া লক্ষনীয় হ’ব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: Delhi में Aam Aadmi Party के खिलाफ BJP का हल्लाबोल, शराब घोटाले पर किया प्रदर्शन
Breaking News: Delhi में Aam Aadmi Party के खिलाफ BJP का हल्लाबोल, शराब घोटाले पर किया प्रदर्शन
बेगूसराय की बबली कॉन्स्टेबल से DSP बनीं। बेहद प्रेरणादायक!
बेगूसराय की बबली कॉन्स्टेबल से DSP बनीं। बेहद प्रेरणादायक!
ভেৰগাঁৱত ষষ্ঠ বাৰ্ষিক আন্ত: ক্লাৱ ফুটবল টুৰ্নামেণ্ট
ভেৰগাঁৱত ষষ্ঠ বাৰ্ষিক আন্ত: ক্লাৱ ফুটবল টুৰ্নামেণ্ট
AAP govt had cheated farmers: Chugh, It's a poster govt in Punjab:Chugh
BJP national general secretary Tarun Chugh today said that the AAP government in Punjab has...
Swati Maliwal Assault Case: मालीवाल पर आतिशी का बड़ा दावा, बीजेपी से संपर्क होने का लगाया आरोप
Swati Maliwal Assault Case: मालीवाल पर आतिशी का बड़ा दावा, बीजेपी से संपर्क होने का लगाया आरोप