ডিব্ৰুগড় জিলাৰ,মৰাণ ৰাজহচক্ৰ বিষয়া কাৰ্য্যালয়ৰ অধীনৰ মৰিণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ কুশল নগৰ তিনি আলিত সংঘটিত পথ দুৰ্ঘটনাত দুটি শিশু।আৰু দুগৰাকী মহিলা আহত হয়। আহত সকলক ততাতৈয়াকৈ জানিব পৰামতে মৰাণ -নাহৰকটিয়া গড়কাপ্টানী পথত ট্ৰাকনং AS27C6845ৰ পাছফালে আহি থকা AS06AH2593 স্কুটিখন ট্ৰাকৰ পিছফালে লাগি যোৱাত দুৰ্ঘটনাটো সংঘটিত হয়।।স্কুটিখন এগৰাকী মহিলাই চলাইছিল ।স্কুটিখনৰ আগফালে এটি শিশু আৰু পিছফালেএটি শিশুসহ এগৰাকী মহিলা মুঠতে চাৰিটা ।কেউজনে আঘাট প্ৰাপ্ত বুলি জানিব পৰা গৈছে । মৰাণ আৰক্ষীৰ যান-বাহন পৰিদৰ্শক গকুল প্ৰসাদ যোশীয়ে বাহন দুখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে। চিকিৎসালয়ত ভৰ্তি।কৰোৱা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Smartphone Battery: बैटरी बचाने के लिए फ्रीज कर सकते हैं बैकग्राउंड ऐप्स, स्विच ऑफ होने से बच जाएगा फोन
फोन की बैटरी तेजी से खत्म हो रही हो और आपके पास फोन चार्ज करने का समय न हो तो फोन की एक खास...
स्वतंत्रता दिवस पर बही ज्ञान की गंगा
श्री चंद्रसागर दिगम्बर जैन उच्च माध्यमिक विद्यालय नैनवां में 78 वा स्वतंत्रता दिवस बड़े...
લાંબા સમય બાદ વરસાદનું આગમન થતા અમરેલી વાસીઓ ખુશખુશાલ
લાંબા સમય બાદ વરસાદનું આગમન થતા અમરેલી વાસીઓ ખુશખુશાલ
AAMSU Protests at Mangaldai on Tuesday
AAMSU Protests at Mangaldai on Tuesday
जेएलएन बीएड् कॉलेज के नेहरू सभागार भवन में दीक्षांत समारोह आयोजित
सांगोद,
यहां जेएलएन बीएड् कॉलेज के नेहरू सभागार भवन में दीक्षांत समारोह आयोजित हुआ। कार्यक्रम में...