প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষতো ৰহা বজাৰ স্থিত সাৰ্বজনীন পূজা মণ্ডপ প্ৰাংগনত অহা ১৯ মাৰ্চৰ পৰা ৩২প্ৰহৰ শ্ৰীশ্ৰী হৰিনাম কীৰ্ত্তন ও মহোৎসৱ ৰ আয়োজন হব।
Sponsored
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
১৯ মাৰ্চত অধিবাস ৰ পাছত ২০ মাৰ্চত সূৰ্য্যোদয়ৰ লগে লগে নামকীৰ্তন ও মহোৎসৱ আৰম্ভ হব আৰু ২০ মাৰ্চৰ পৰা ২৪ মাৰ্চ সূৰ্জ্যোদয় লৈকে নিৰন্তৰ দিন ৰাতি আমন্ত্ৰিত আৰু স্থানিয় নাম পাৰ্টি ৰ দ্বাৰা শ্ৰীশ্ৰী হৰিনাম কীৰ্ত্তন পৰিবেশন কৰাৰ পাছত সূৰ্জ্যোদয় ৰ লগে লগে ৩২ প্ৰহৰ শ্ৰীশ্ৰী হৰিনাম কীৰ্ত্তন ও মহোৎসৱ সমাপন কৰাৰ পাছত দুপৰীয়া শ্ৰী শ্ৰী মহাপ্ৰভুৰ ভোগ আৰতি আৰু ভক্ত সকলৰ মাজত প্ৰসাদ বিতৰন কৰা হব।