✍️লাভলীনা বৰগোহাঞলৈ আগবঢ়োৱা হব বীৰাঙ্গনা মুলাগাভৰু বঁটা।
✍️টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ই অলিম্পিক বঁটা বিজয়ী গৰাকীক প্ৰদান কৰিব এই বঁটা।
✍️টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে আজি সোণাৰিত অনুষ্ঠিত হোৱা এক সংবাদ মেলত এই কথা ঘোষণা কৰে।
✍️অহা ৩০ এপ্ৰিলত সোণাৰিত প্ৰদান কৰা হব এই বঁটা।