ডিব্ৰুগড় জিলাৰ টিংখাঙৰ শ্যমলী স্পৰ্টছ ক্লাব চহৰীকতাৰ উদ্যোগত ফুটবল প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। তাৰেই পৰিপ্ৰেক্ষিতত ১১৯ নং টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াৰ নেতৃত্বত মন্ত্ৰীৰ ভাতৃ তথা বিশিষ্ট সমাজকৰ্মী কমল বড়া প্ৰশিক্ষণ স্থলীত উপস্থিত হৈ উদ্যোক্তা তথা প্ৰশিক্ষাৰ্থী সকলক খেলৰ সামগ্ৰী প্ৰদান কৰে। এই প্ৰশিক্ষণৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ প্ৰতিভাবান খেলুৱৈ সকলক উৎসাহ যোগোৱাৰ লগতে ক্ৰীড়া জগতত প্ৰতিষ্ঠিত হোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব। এই অনুষ্ঠানত খোৱাং জিলা পৰিষদৰ সদস্য চন্দন চকুচাৰো দেউৰীৰ, উদ্যোক্তা সকলৰ লগতে প্ৰশিক্ষাৰ্থী সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આપ’ના રાષ્ટ્રીય સંયોજક અરવિંદ કેજરીવાલએ અમદાવાદમાં વેપારીઓ સાથે સંવાદ કર્યો
*‘આપ’ના રાષ્ટ્રીય સંયોજક અરવિંદ કેજરીવાલજીએ અમદાવાદમાં વેપારીઓ સાથે...
पेट्रोल-डीजल के दिन खत्म, आज लॅान्च होगी पहली fuel flex car
fuel flex car: आज यानि 11 अक्टूबर को पेट्रोल-डीजल (petrol-diesel price) की कीमतों से...
વડતાલથી ઐતિહાસિક સમરસ કાવડ યાત્રાનો પ્રારંભ
#buletinindia #gujarat #kheda
2023 EICMA Show: हीरो आज पेश करेगा अपना ये प्रीमियम स्कूटर, एडवांस फीचर्स से होगा लैस
EICMA 2023 भारत में डिजाइन पेटेंट कराने के बाद हीरो Xude को पहली बार आधिकारिक तौर पर हीरो द्वारा...
दो साल पहले दौसा में रोकी थी ट्रेन, अब डॉ किरोड़ी मीणा को लेकर हाईकोर्ट का आया ये आदेश
राजस्थान की भजनलाल सरकार में कैबिनेट मंत्री डॉ किरोड़ी लाल मीणा को एक पुराने मामले में बहुत बड़ी...