ঢকুৱাখনাৰ মৰনৈ বেবেজীয়াৰ কৈবৰ্ত গাঁৱত অনুষ্ঠিত হ'ল সমূহীয়া বিবাহ।

ঢকুৱাখনাৰ মৰনৈ বেবেজীয়াৰ কৈবৰ্ত গাঁৱত আয়োজন সমূহীয়া বিবাহ।

এযোৰ দুযোৰ নহয় হিন্দু ধৰ্মৰ নীতি নিয়মেৰে বৃহস্পতিবাৰে নিশা বিবাহ পাশত আৱদ্ধ হ'ল ২৭ যোৰাকৈ দৰা কইনা।

আৰ্থিক ব্যয় সংকোচন আৰু সামাজিকভাৱে বিবাহ নোহোৱা ৫৪ গৰাকীকৈ দৰা কইনাই আজি সমূহীয়া বিবাহৰ জৰিয়তে বিবাহ পাশত আৱদ্ধ হয়।

পুৰোহিতৰ মন্ত্ৰৰ উচ্চাৰণে বিৰাজ কৰে উদুলি মুদুলি পৰিৱেশে।

শংখ,ঘন্টা মংগলসূচক ৰীতি নীতিয়ে এইদৰে বিবাহ সম্পন্ন হয় ককা,আইতা, খুড়া খুড়ী, পেহা-পেহী,দেউতা সকল।

একেলগে সমজুৱাকৈ বিবাহ সম্পন্ন হোৱাত আপ্লুত হয় দৰা কইনা।