ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌ সমীপৰ চেপনত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত গাড়ী নম্বৰ AS03W2001 আৰু অইল টেংকাৰ AS01AC 3091ৰ সংঘৰ্ষ হয়। এই।সংঘৰ্ষত কোনো লোক আহত হোৱা নাই।যদিও গাড়ীখনৰ যথেষ্ট ক্ষতিসাধন হয়। গাড়ীখনত যোৰহাটৰ এটি।পৰিয়াল যোৰহাটলৈ গৈথকা অৱস্থাত সন্মুখৰ পৰা আহিথকা টেংকাৰৰ লগত সংঘৰ্ষ হয়। মৰাণ আৰক্ষীয়ে গাড়ীখন আৰু টেংকাৰ খন জব্দ কৰি থানালৈ আনি তদন্ত আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अंगठेबहाद्दर पठ्ठ्यानं स्वत:सोबत अख्ख्या गावाला दाखवली श्रीमंतीची वाट | Maharashtra Times
अंगठेबहाद्दर पठ्ठ्यानं स्वत:सोबत अख्ख्या गावाला दाखवली श्रीमंतीची वाट | Maharashtra Times
পৰমানন্দ ৰাজবংশীক সমালোচনা সত্য ৰঞ্জন বৰাৰ
পৰমানন্দ ৰাজবংশীক সমালোচনা সত্য ৰঞ্জন বৰাৰ।
10 Tips To Get Rid Of Piles | Piles Treatment At Home | पाइल्स का इलाज | by Dr. Saleem Zaidi
10 Tips To Get Rid Of Piles | Piles Treatment At Home | पाइल्स का इलाज | by Dr. Saleem Zaidi
प्रदेश अध्यक्षा विद्या चव्हाण उपस्थितीत राष्ट्रवादी महिला काँग्रेस पार्टीची आढावा बैठक
प्रदेश अध्यक्षा विद्या चव्हाण उपस्थितीत राष्ट्रवादी महिला काँग्रेस पार्टीची आढावा बैठक