ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত তিনিদিনীয়াকৈ আয়োজন ভগৱান শ্ৰীশ্ৰীকৃষ্ণৰ দৌলৎসৱ।

হোলীৰ আনন্দত মুখৰিত ঐতিহাসিক শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত।

ৰঙৰ উৎসৱ দৌলৎসৱকলৈ উখল মাখল পৰিৱেশ।

সমান্তৰালভাৱে ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ৬,৭ আৰু ৮ মাৰ্চ তাৰিখৰ পৰা অনুষ্ঠিত হৈছে দৌল উৎসৱ।

দৌল উৎসৱৰ উপলক্ষে আজি অন্তিমটো দিনাও বাসুদেৱ থান নৰোৱা সত্ৰত দূৰ দূৰণিৰ অঞ্চলৰ পৰা সমাগম হৈছে কেইবা লক্ষাধিক ভক্ত দৰ্শনাৰ্থী।

ইফালে হোলীৰ আনন্দত মতলীয়া হৈ পৰিছে এইসকল যুৱক।