দেশৰ স্বাধীনতা দিৱস উদ্‌যাপন  উপলক্ষে নাৰায়ণপুৰ পৌৰসভাই আজি পৌৰসভাখনৰ চাফাইকৰ্মী আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ মাজত ত্ৰিৰংগা পতাকা বিতৰণ কৰা হয় ৷ পৌৰপতি হৰিশ চন্দক আৰু ৱাৰ্ড কমিচনাৰসকলে বিনামূলীয়াকৈ কৰ্মচাৰীসকলৰ মাজত বিতৰণ কৰে ৷