ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত এক্সিচ বেংক মৰাণ শাখাত একাউণ্টৰ ভয়ংকৰ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। পৰিচয় পত্ৰত অন্য লোকৰ ফটো ব্যৱহাৰ কৰি একাউণ্ট খুলি মাটি দালালে কেইবা লাখ টকা হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা অনুসৰি ভুক্তভোগী জৰ্জিনা বেগম নামৰ মহিলা গৰাকীৰ পৰা দালাল চফি আহমেদ আৰু মকছোদ খানে মাটিৰ power of attorney অতি চলচাতুৰিৰে ব্যৱহাৰ কৰি এক কঠা চাৰি লোচা মাটি দুগৰাকী লোকক বিক্ৰী কৰিছিল। ইয়াৰ পিছতে এগৰাকী ক্ৰেতাই প্ৰায় ২৩ লাখ টকাৰ এখন চেক জৰ্জিনা বেগমৰ নামত দিছিল। আৰু সেই টকা উলিয়াবলৈ দালাল চফি আহমেদ আৰু মকছোদ খানে জৰ্জিনা বেগমৰ নামত ভূৱা পৰিচয় পত্ৰ, জৰ্জিনা বেগমৰ ভূৱা চহী ব্যৱহাৰ কৰি এক্সিচ বেংকত একাউণ্ট খুলি সকলো টকা উলিয়াই নিয়ে। ইতিমধ্যে এই সন্দৰ্ভত মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Sehat Talk with Isha Bhatia Sanan, S3, Ep19: Understanding pancreatic cancer [पुरुषों वाला कैंसर]
Sehat Talk with Isha Bhatia Sanan, S3, Ep19: Understanding pancreatic cancer [पुरुषों वाला कैंसर]
Train Accident News: Rajasthan के Ajmer में ट्रेन के चार डिब्बे पटरी से उतरे (BBC Hindi)
Train Accident News: Rajasthan के Ajmer में ट्रेन के चार डिब्बे पटरी से उतरे (BBC Hindi)
હાલોલ નગરપાલિકા દ્વારા ધાબાડુંગરી ખાતે અર્બન ફોરેસ્ટ અમૃત વાટિકામાં આઝાદી કા અમૃત મહોત્સવની ઉજવણી કરાઈ.
આઝાદી કા અમૃત મહોત્સવ અંતર્ગત સમગ્ર દેશભરમાં સ્વતંત્રતા પર્વની અનોખી રીતે ઉજવણી કરવામાં આવી રહી...
कॉमेडियन Kapil Sharma Indigo पर इतना क्यों भड़क गए, गलती किसकी निकली?
कॉमेडियन Kapil Sharma Indigo पर इतना क्यों भड़क गए, गलती किसकी निकली?
पेंटिंग में दिखाया भगवान शिव व गणेश का स्वरूप
कोटा राजकीय उच्च माध्यमिक रामपुरा के चित्रकला व्याख्याता डॉ. राजेंद्र बैरागी ने श्रावण मास के...