ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত এক্সিচ বেংক মৰাণ শাখাত একাউণ্টৰ ভয়ংকৰ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। পৰিচয় পত্ৰত অন্য লোকৰ ফটো ব্যৱহাৰ কৰি একাউণ্ট খুলি মাটি দালালে কেইবা লাখ টকা হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা অনুসৰি ভুক্তভোগী জৰ্জিনা বেগম নামৰ মহিলা গৰাকীৰ পৰা দালাল চফি আহমেদ আৰু মকছোদ খানে মাটিৰ power of attorney অতি চলচাতুৰিৰে ব্যৱহাৰ কৰি এক কঠা চাৰি লোচা মাটি দুগৰাকী লোকক বিক্ৰী কৰিছিল। ইয়াৰ পিছতে এগৰাকী ক্ৰেতাই প্ৰায় ২৩ লাখ টকাৰ এখন চেক জৰ্জিনা বেগমৰ নামত দিছিল। আৰু সেই টকা উলিয়াবলৈ দালাল চফি আহমেদ আৰু মকছোদ খানে জৰ্জিনা বেগমৰ নামত ভূৱা পৰিচয় পত্ৰ, জৰ্জিনা বেগমৰ ভূৱা চহী ব্যৱহাৰ কৰি এক্সিচ বেংকত একাউণ্ট খুলি সকলো টকা উলিয়াই নিয়ে। ইতিমধ্যে এই সন্দৰ্ভত মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આવતીકાલે ક્યાં વિસ્તારમાં વીજ પુરવઠો બંધ રહેશે
આવતીકાલે તા. 26.09.23ના રોજ દાહોદ શહેરના કલ્યાણ સો., નીલમ સો., ભીલવાડા, નવજીવન મિલ 2 વિસ્તાર,...
दांत में लगा कीड़ा, खोखला दांत फिर से नए जैसा | Remedy For Tooth Cavity | Dental Caries
दांत में लगा कीड़ा, खोखला दांत फिर से नए जैसा | Remedy For Tooth Cavity | Dental Caries
मुख्यमंत्री एकनाथ शिंदे यांना मराठवाडा वृत्तपत्र छायाचित्रकार संघटनाच्या वतीने विविध मागण्याचे निवेदन
औरंगाबाद :- दि.१९स.(दीपक परेराव) राज्याचे मुख्य मंत्री एकनाथ शिंदे २ दिवस औरंगाबाद शहरात...
Smartphone Care Tips: फोन में बार-बार क्रैश हो रहे हैं ऐप्स, इन टिप्स को फॉलो कर बन सकता है आपका काम
दरअसल एंड्रॉइड फोन में ऐप क्रैश होने की कई वजहें हो सकती हैं। ऐप क्रैश होने की बड़ी वजहों में...