ডিব্ৰুগড় জিলাৰ মৰাণ বিধান সভা সমষ্টিৰ লৰুৱা মণ্ডলৰ জ্যেষ্ঠ বিজেপি কৰ্মী ৰূপম ভৰলুৱা ই গাঁৱৰ গুৰুত্ব পূৰ্ণ বিষয় লৈ বিধায়ক চক্ৰধৰ গগৈক লগ ধৰি তেওঁৰ লগত আলোচনাত মিলিত হয়।আলোচনা কালত নৱনিযুক্তি পোৱা লাট গাওঁ প্ৰধান সোনটো ঘৰফলীয়াৰ লগতে বহু বিজেপি কৰ্মীয়ে অংশ গ্ৰহন কৰে।
মৰাণ লৰুৱা মণ্ডলৰ জ্যেষ্ঠ বিজেপি কৰ্মী সকলে মৰাণৰ বিধায়কৰ কাৰ্য্যালয়ত বিধায়কৰ সৈতে গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনাত মিলিত হয়।
