গোলাঘাটত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ জিলা অধিৱেশনৰ লাইখুটা স্থাপন। অহা ২২, ২৩, আৰু ২৪ মাৰ্চত তিনিদিনীয়া বিস্তাৰিত কাৰ্যসূচীৰে সতী ৰাধিকা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হবলগীয়া সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ অধিবেশনৰ আজি লাইখুটা স্থাপন কৰা হয়। গোলাঘাট জিলাৰ কাবৰু, শিয়ালেখাটী, খুমটাই, কচু গাঁও শ্ৰীমন্ত শঙ্কৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হবলগীয়া এই অধিবেশনৰ লাইখুটা স্থাপন কৰে গাঁওৰ জেষ্ঠ ব্যক্তি তথা বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াই সকলে। ২২ মাৰ্চত পূৱা পতাকা উত্তোলনৰ পাছতে ক্ৰমে বৃক্ষ ৰোপন, শ্বহীদ তৰ্পণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, প্ৰদৰ্শনী দ্বাৰ মুকলি, ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। ২৩ মাৰ্চত প্ৰাক্তন সতিৰ্থ সন্মিলন, প্ৰতিনিধি সভা, সন্ধিয়ালৈ এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে উদযাপন সমিতিয়ে। সেই মৰ্মে ২৪ মাৰ্চত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতে অনুষ্ঠিত কৰা হ'ব মুকলি সভাৰ। এই মুকলি সভা আৰু স্মৃতি গ্ৰন্থ উন্মোচন কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दिवाळी निम्मित फराळ खाद्य पदार्थांचे सिईओ प्रजित नायर यांच्या हस्ते उदघाटन
दिवाळी निम्मित फराळ खाद्य पदार्थांचे सिईओ प्रजित नायर यांच्या हस्ते उदघाटन
ভাৰতত পুনৰ কভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি। যোৱা ২৪ ঘণ্টাত ১০,২৫৬ জন আক্ৰান্ত ৰোগীক চিনাক্ত।
শেহতীয়া তথ্য অনুসৰি ভাৰতত বৰ্তমান কভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ১০,২৫৬ জন আৰু সক্ৰিয় ৰোগীৰ সংখ্যা...
પાટણ જિલ્લાના રાધનપુર તાલુકાના બાદરપુરા ગામ ખાતે ગાયોની સેવા કરતુ મોટી માં મેલડી ટ્રસ્ટ દેવધામ
પાટણ જિલ્લાના રાધનપુર તાલુકાના બાદરપુરા ગામ ખાતે ગાયોની સેવા કરતુ મોટી માં મેલડી ટ્રસ્ટ...
Mental Switch Launches in Bengaluru: Revolutionizing Mental Wellness with Experiential Learning Programs.
Bengaluru, 21st Sep 2024
Mental Switch, a leader in mental health and personal...
UCO Bank Q4 Update | Bank Nifty में शानदार Action, कैसा रहने वाला है बैंकों के लिए नया Quarter?
UCO Bank Q4 Update | Bank Nifty में शानदार Action, कैसा रहने वाला है बैंकों के लिए नया Quarter?